• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

এই সংঘৰ্ষত কুকি উগ্ৰপন্থী আৰু নগা গাঁওৰক্ষী বাহিনী জড়িত থকা বুলি জানিব পৰা গৈছে।

বিট ইৰম, ইম্ফল by বিট ইৰম, ইম্ফল
October 11, 2026 9:28 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে মণিপুৰৰ কেইবাখনো জিলাত সংঘটিত হোৱা এলানি হিংসাত্মক ঘটনাত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে।

এই সংঘৰ্ষত কুকি উগ্ৰপন্থী আৰু নগা গাঁওৰক্ষী বাহিনী জড়িত থকা বুলি জানিব পৰা গৈছে। দেখা গৈছে যে ২০২৩ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি আৰু অধিক বৃদ্ধি পাইছে।

শুকুৰবাৰে নিশা চাছাদত ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ টহলদাৰী দল এটাৰ ওপৰত আক্ৰমণ কৰাৰ পিছতে কামজং জিলাত হিংসাত্মক পৰিস্থিতি বিয়পি পৰে। ইয়াৰ পিছত হোৱা গুলীয়াগুলিৰ ঘটনাক উগ্ৰপন্থীক সহায় কৰি থকা এগৰাকী মহিলাৰ মৃত্যু হয়।

Apply Now

ইয়াৰ পিছতে উগ্ৰপন্থীয়ে নগা সাধাৰণ নাগৰিকক আক্ৰমণ কৰে, কামজং মুখ্য কাৰ্যালয়ত ৯টা ঘৰত অগ্নিসংযোগ কৰে আৰু চাছাদ থানাৰ বিপৰীতে থকা ২৩টাতকৈও অধিক ঘৰ জ্বলাই দিয়ে।

নগা গাঁওৰক্ষী বাহিনীৰ প্রত্যাক্ৰমণত দুজন গাঁওৰক্ষী আহত হোৱাৰ বিপৰীতে দুজন কুকি উগ্ৰপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

চাছাদৰ সমীপত এক সুকীয়া আক্ৰমণত ভাৰত আৰু ম্যানমাৰৰ কুকি উগ্ৰপন্থীৰ এটা দলে বোমা আৰু আগ্নেয়াস্ত্ৰৰে নিংচৌ গাঁৱক লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে। ম্যানমাৰৰ সীমান্ত পাৰ হৈ পিছুৱাই যোৱাৰ পূৰ্বে দুজন সাধাৰণ নাগৰিকক হত্যা কৰে।

কাংপকপি আৰু উখৰুল জিলাতো আক্রমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ উখৰুলত ইম্ফল-উখৰুল পথৰ কাষৰ কৃষিভূমিলৈ গৈ থকা অৱস্থাত নেপালী সম্প্ৰদায়ৰ এজন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰা হয়।

কাংপোকপিত মাকুই আছাং নগা গাঁৱত চলোৱা আক্ৰমণত তিনিজন নগা গাঁওৰক্ষী বাহিনীৰ সদস্য নিহত হয়।

খবৰ অনুসৰি এজনৰ মূৰটো কাটি পেলোৱা হৈছে। টাপন লিয়াংমাই গাঁৱত আন এক আক্ৰমণৰ ঘটনাত এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয়।

পিছত দিনটোৰ ভিতৰতে উগ্ৰপন্থীয়ে পোনৰিংলং নগা গাঁৱত গুলীচালনা কৰে আৰু চাৰৈই পাণ্ডোংবা খুনঠাকত প্ৰায় ১০টা ঘৰত অগ্নিসংযোগ কৰাত বাসিন্দাসকলে পলায়ন কৰিবলৈ বাধ্য হয়।

ৰাজ্য আৰু কেন্দ্ৰৰ নিৰাপত্তা বাহিনীয়ে অশান্ত অঞ্চলত অতিৰিক্ত দল মোতায়েন কৰিছে। অৱশ্যে ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে।

বিট ইৰম, ইম্ফল

বিট ইৰম, ইম্ফল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 11, 2026 9:46 am
পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

October 11, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd