• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সক্ৰিয় মণিপুৰ চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 1:24 pm
ATTACHMENT
94
VIEWS
Share on FacebookShare on Twitter

বহু বিবাদিত তথা বিতৰ্কিত নাগৰিকত্ব  সংশোধনী বিধেয়ক ২০১৬ক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণে গভীৰ সংশয়ৰ মাজতে দিন অতিবাহিত কৰাৰ বিপৰীতে এই বিধেয়কখনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ সংশ্লিষ্ট চৰকাৰসমূহ।

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰা সিদ্ধান্তৰ ইতিমধ্যেই প্ৰতিবাদ জনাইছে মেঘালয় চৰকাৰে। মেঘালয় চৰকাৰে কেবিনেটত আনুষ্ঠানিক সিদ্ধান্তগ্ৰহণ কৰি এই সংশোধনী ব্যৱস্থাৰ প্ৰতিবাদ জনাইছে।

একেদৰে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰঅস্তিত্ব ৰক্ষাৰ স্বাৰ্থত  নাগালেণ্ড আৰু মিজোৰামেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

শেহতীয়াভাৱে মণিপুৰ চৰকাৰেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰিছে বুলি প্ৰকাশ কৰিছে ভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰৰ। এন বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰে খিলঞ্জীয়া লোকক অস্তিত্বহীন কৰিব বিচৰা কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় আৰু অৰুণাচল,নাগালেণ্ড, মিজোৰামৰ দৰে মণিপুৰতো ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায়।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ চৰকাৰসমূহে সবল স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে অসমত বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলনৰ মাজেৰে অহা বৰ্তমানৰ অসম চৰকাৰৰ নেতৃবৰ্গই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব নোৱাৰাত সচেতন মহলে চৰম আশ্চৰ্য প্ৰকাশ কৰিছে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd