• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত ভাগ লোৱা বিদ্যালয়ৰ অধ্যক্ষক দিয়া শ্ব’ কজ নটিচ প্ৰত্যাহাৰৰ দাবী গোলাঘাট আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 10:35 pm
AASU-protest-final-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ তিনিখন বিদ্যালয়ক বিদ্যালয়বিলাকৰ পৰিদৰ্শকে দিয়া কাৰণ প্ৰদৰ্শনৰ জাননী প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আজি জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে। উল্লেখযোগ্য যে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কছাৰীহাট ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকেইজনক অসম সেৱা (অনুশাসন আৰু আৱেদন) বিধি, ১৯৬৪ৰ দফা ৩১১ৰ অধীনত এই কাৰণ প্ৰদৰ্শনৰ জাননী জাৰি কৰা হৈছিল।

এই কাৰণ প্ৰদৰ্শনৰ জনানীত অধ্যক্ষকেইজনক নিয়ম ভংগৰ অভিযোগত অভিযুক্ত কৰা হৈছে। কাৰণ সংশ্লিষ্ট বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে ২৫ জুনত শ্ৰেণী চলি থকা সময়ত বিদ্যালয় ত্যাগ কৰিছিল। এইটো তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা বাবেই হ’বলৈ পাইছিল বুলি কোৱা হয়।

Apply Now

উল্লেখযোগ্য যে আছুৱে ২৫ জুনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত এটা প্ৰতিবাদী সমদল উলিয়াইছিল, য’ত এই বিদ্যালয়কেইখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিছিল।

“আমি ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছো। কাৰণ এই কাৰণ প্ৰদৰ্শনৰ জাননীৰ প্ৰতিলিপি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়ালৈও প্ৰেৰণ কৰা বুলি কোৱা হৈছে। কিন্তু তেওঁৰ সমষ্টিৰ ভিতৰত এই বিদ্যালয়কেইখন নপৰে।” এইদৰে কয় গোলাঘাট আছুৰ সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামীয়ে।

“ইয়াৰোপৰি, স্বাধীন ভাৰতত অসমৰ ছাত্ৰ সমাজে অতি সক্ৰিয় ভূমিকা লৈ আহিছে। তেওঁলোকে সকলো জ্বলন্ত সমস্যাতে ডাঙৰ ভূমিকা লৈ আহিছে। ১৯৫৫ চনৰ তেল শোধনাগাৰ আন্দোলন, ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন, ১৯৭৯-৮৫ চনৰ অসম আন্দোলনৰ লগতে এতিয়ালৈকে চলা সকলো আন্দোলনতে ছাত্ৰ সমাজৰ ভূমিকা আছে। বিজেপি নেতৃত্বাধীন চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কণ্ঠ ৰুদ্ধ কৰি নিজৰ ফেচিবাদী চৰিত্ৰ দেখুৱাইছে। আমি তেওঁলোকক এই ক্ষেত্ৰত সফল হ’বলৈ নিদিওঁ।” গোস্বামীয়ে কয়।

আনহাতে এই সন্দৰ্ভত স্কুল পৰিদৰ্শক হীৰেন গোহাঁইক যোগাযোগ কৰাত তেওঁ কাৰণ প্ৰদৰ্শনৰ জাননীৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ কথা অস্বীকাৰ কৰে। ইতিমধ্যে অধ্যক্ষকেইজনে কাৰণ প্ৰদৰ্শনৰ জাননীৰ উত্তৰ দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অলপতে অসম বিধানসভাৰ আইন বলৱৎকাৰী কমিটীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শ্ৰেণীৰ সময়ত কোনো আন্দোলন আদিত ভাগ লোৱাত বাধা আৰোপ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd