• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছে ২০০ৰো অধিক পানী যোগান আঁচনি কিন্তু খাবলগীয়া হৈছে নদী-নিজৰা-পুখুৰীৰ পানী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 4, 2018 7:35 am
IMG-20180703-WA0099
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত উন্নয়নৰ শ্লোগান দিয়া বৰ্তমানৰ বিজেপি নেতৃত্বধীন চৰকাৰখনেই হওক বা পূৰ্বৰ চৰকাৰসমূহে হওক গ্ৰামাঞ্চল ৰাইজ তথা দৰিদ্ৰ লোকৰ কল্যানাৰ্থে বহু অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃতাৰ্থত সেয়া প্ৰহসনত পৰিণত হোৱা দেখা গৈছে। সেয়া প্ৰমাণিত কৰিছে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ মহকুমাৰ কাউলি অঞ্চলত স্থাপন কৰা বিকল হৈ থকা পানী যোগান আঁচনি সমূহে।

ৰাজ্যখনৰ উত্তৰাঞ্চলৰ  ভাৰত ভূটান সীমান্তৱৰ্তী বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাউলিৰ লগতে কেইবাটাও অঞ্চলত  দীৰ্ঘদিনে বিকল হৈ থকা খোৱাপানী যোগান আঁচনি সমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ বিজেপি চৰকাৰ আৰু চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগটো আগ্ৰহী হব’নে নাই তাক লৈ সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে ভুক্তভোগী গ্ৰামঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ।

Apply Now

জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অদূৰদৰ্শিতা, দায়বদ্ধহীনতাৰ লগতে সংশ্লিষ্ট বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহিৰ হেতু তামুলপুৰ মহকুমাৰ প্ৰায় ২০০ টা আঁচনিৰ অধিকাংশই গ্ৰামঞ্চলৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ উপৰি কাউলি অঞ্চলৰ ৰাইজে অভিযোগ কৰা মতে কেইবছৰ মান পূৰ্বে কেইবা লাখ টকা  চৰকাৰী তথা ৰাজহুৱা ধন ব্যয় সাপেক্ষে কাউলি পানী যোগান আচঁনিখনৰ নিৰ্মাণৰ সম্পূৰ্ণ যাৱতীয় কাম-কাজ সম্পন্ন  হোৱাৰ পিছতো ৰাইজক খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী সকল সক্ষম হোৱা নাই। দুই এটা পানী যোগান আঁচনিত  বছৰৰ মূৰত কেৱল এদিন বা দুদিন পানী দিয়ে দায়িত্ব সামৰে বিভাগীয় লোকে।

IMG-20180703-WA0095

ভাৰত-ভূটান সীমান্তৰ কাউলিৰ লগতে উত্তৰাঞ্চলত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ সংকটত ভুগি থকা আৰু  পানী যোগান আঁচনিৰ  জৰিয়তে খোৱা পানী লাভৰ পৰা বঞ্চিত স্থানীয় ৰাইজ তথা যুৱক সকলে ৩ জুলাইত কাউলি পানী যোগান কেন্দ্ৰৰ সম্মুখত সমবেত হৈ অসম চৰকাৰ হায় হায়,  বিশুদ্ধ খোৱা পানী নিয়মীয়া কৰক,  বিকল পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰক, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ইপিনে বৃহত্তৰ কাউলী অঞ্চলৰ নাৰায়্ণপুৰ, বিহঙ্গপুৰ, নাগাপুৰ, আদি অঞ্চলৰ ৰাইজৰ জ্বলন্ত সমস্যা হল বিশুদ্ধ খোৱাপানীৰ সমস্যা।  উলেখ্য যে ভূটান পাহাৰৰ পাদদেশৰ অঞ্চলটো  শিলাভূমি হোৱা বাবে কুঁৱা, দমকল আদি বহুৱাবলৈ অক্ষম।  বুজনসংখ্যক লোক একবিংশ শতিকাৰ পিছতো পাহাৰীয়া নদী, নিজৰা, পুখুৰী আদিৰ অপৰিশোধিত ৰূপত পানী ব্যৱহাৰ কৰি বিভিন্ন ৰোগত ভোগা পৰিলক্ষিত হৈছে।

বিগত বহু দিন ধৰি পৰিত্যক্ত তথা বিকল আচঁনিসমূহ স্থানীয় ৰাইজে পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় বিষয়া-কৰ্মচাৰী সকলে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপিত হৈছে। অনতি পলমে বিকল পানী যোগান আঁচনি সমূহ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd