• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নংপোত হকী ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাব ৰি-ভই জিলা হকী সংস্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2018 8:43 am
Hockey-570x320
171
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ ৰি-ভই জিলা হকী সংস্থাই (Ri-Bhoi District Hockey Association, চমুকৈ RBDHA))শুকুৰবাৰে নংপোত এখন হকী ষ্টেডিয়ামৰ দাবী তুলিছে।

হকী সংস্থাটোৰ এটা সঁজাতী দলে শুকুৰবাৰে মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী বান্তেইডোৰ লিংডোক সাক্ষাৎ কৰি নংপোত এখন হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

তাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা এটা বাৰ্তালাপত ৰি-ভই জিলা হকী সংস্থাৰ সভাপতি ডি এছ মালায়ে কৈছিল যে মেঘালয় ৰাজ্যত খেলিবলৈ এখন খেলপথাৰ নাই, এখন সুকীয়া হকী ষ্টেডিয়াম দুৰৰ কথা।

হকী সংস্থাটোৱে ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীগৰাকীক এখন হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাটো বিৱেচনা কৰাৰ বাবে অনুৰোধ কৰে।

হকী সংস্থাটোৰ সভাপতিগৰাকীয়ে আৰু জনায় যে এখন ষ্টেডিয়াম নিৰ্মিত হ’লে এই এলেকাৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰো উঠি অহা হকী খেলুৱৈসকলে তেওঁলোকৰ প্ৰতিভা বিকশাই তোলাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।

হকী সংস্থাটোৰ সভাপতিগৰাকীয়ে আৰু জনায় যে জিলাখনৰ বাসিন্দাসকলে ষ্টেডিয়ামৰ বাবে প্ৰয়োজনীয় ৬ একৰ ভূমি দান কৰিছে।

ক্ৰীড়া মন্ত্ৰী লিংডোৱে ৰি-ভই জিলা হকী সংস্থাৰ সঁজাতী দলটোক আশ্বাস প্ৰদান কৰিছে যে তেওঁ বিষয়ে ভাবি চাব এই সম্পৰ্কে আলোচনা কৰিবলৈ যিমান পাৰি সোনকালে বিষয়াসকলৰ এখন সভা আহ্বান কৰিব।

Recent News

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হাবিৰ জুই

হাবিৰ জুই

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd