• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকমকাৰ নাৰকীয় কাণ্ডৰ এমাহ সম্পূৰ্ণ : ন্যায় বিচাৰি মহানগৰীৰত প্ৰতিবাদী চাইকেল ৰেলী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2018 9:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডকমকাৰ নাৰকীয় আৰু জঘন্য কাণ্ডৰ আজি এমাহ সম্পূৰ্ণ কৰিলে। ডকমকা কাণ্ডৰ ন্যায় বিচাৰি মহানগৰীত ৰাতিপুৱাই বিশাল প্ৰতিবাদী চাইকেল ৰেলী উলিওৱা হয়। দীঘলীপুখুৰীৰপাৰৰ পৰা উলিওৱা এই চাইকেল ৰেলীত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰীসকলে নৃশংস ঘটনাটোত জড়িত দোষীৰ উচিত শাস্তিৰ দাবী কৰাৰ লগতে বিচাৰ প্ৰক্ৰিয়া শীঘ্ৰেই সমাপ্ত কৰাৰ দাবী তোলে।

উল্লেখোগ যে যোৱা ৮ জুনত ডকমকাৰ পাণজুৰিত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ একাংশ উন্মত্ত ৰাইজে নৃশংস আৰু বৰ্বৰতাৰে হত্যা কৰিছিল গুৱাহাটীৰ প্ৰতিভাৱান যুৱক নীলোৎপল দাস আৰু অভিজিত নাথক।

Apply Now

আৰক্ষীয়ে এই পৰ্যন্ত ডকমকা কাণ্ডৰ লগত জড়িত ৪৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ডকমকা-কাণ্ডৰ মূল অভিযুক্ত তথা পূৰ্বেও  হত্যাকাণ্ডত অভিযুক্ত ‘আলফা’ ওৰফে জৰ্জ তিমুঙে আৰক্ষীৰ আগত কিছুমান চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল।

কাৰ্বি আংলঙৰ কাংথিলাংছ’ত নীলোৎপল আৰু অভিজিতৰ সৈতে কোনো কথাত তৰ্কত লিপ্ত হৈছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত জৰ্জ তিমুং। তৰ্ক লাগি থাকোতেই তিমুঙে বন্ধুবৰ্গক সেই স্থানলৈ মাতিছিল। পৰিস্থিতি বেয়া দেখি সেই স্থান পৰিত্যাগ কৰিছিল নীলোৎপল আৰু অভিজিতে।

ইপিনে ‘আলফা’ৰ নিৰ্দেশত তেওঁলোকৰ গাড়ীলৈ শিলগুটি নিক্ষেপ কৰিছিল একাংশ লোকে। ইয়াৰ পিছতো একাংশ যুৱকে বাইকেৰে অনুসৰণ কৰে নীলোৎপল–অভিজিতক। ক্ষুব্ধ তিমুং প্ৰতিশোধপৰায়ণ হৈ পৰিছিল। তেওঁ শিশু অপহৰণ কৰি এখন গাড়ী পলায়ন কৰা বুলি ফোন কৰি ওচৰৰ গাঁৱত মিছা খবৰ বিয়পাই দি সাধাৰণ লোকসকলক ত্ৰাসিত কৰি নীলোৎপলহঁতৰ ওপৰত প্ৰতিশোধ লোৱাৰ ষড়যন্ত্ৰ কৰে।

‘আলফা’ৰ ফোন পাইয়ে একাংশ অন্ধবিশ্বাসী লোকে নীলোৎপল আৰু অভিজিতক আবদ্ধ কৰাৰ পিছত দুয়োকে উন্মত্ত লোকসকলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল।  আৰক্ষীৰ জেৰাত এইবোৰ কথা স্বীকাৰ কৰিছে ‘আলফা’ই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd