• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক সোণাপুৰৰ দিচাং ৰিজ’ৰ্টৰ পৰা গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2018 2:40 pm
rishabh himmatshinka md mukesh hyundai

ৰিচভ হিম্মৎসিংকা। উৎস : ফে’ছবুক।।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰা মুকেশ হুণ্ডাইৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আজি গ্ৰেপ্তাৰ কৰিবলৈ দিচপুৰ আৰক্ষী সক্ষম হৈছে। গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ দিচাং নামৰ ৰিজ’ৰ্টখনত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিছে।

উল্লেখযোগ্য যে গণেশগুৰিস্থিত মুকেশ হুণ্ডাইত কৰ্মৰত এজন কৰ্মচাৰীক স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই সামান্য দোষতে কাণত ধৰাই আঁঠু কঢ়াই থৈছিল। ইয়াৰ ভিডিঅ’ আৰু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত কথাটো সকলোৰে মাজত প্ৰচাৰ হৈ যায় আৰু ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পাছতে তিনিটাকৈ সংগঠনে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে গোচৰ দিছিল দিচপুৰ থানাত।

Apply Now

কেইবাটাও জাতীয় দল-সংগঠনে এই কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল গণেশগুৰিস্থিত হুণ্ডাইৰ শ্ব’ৰূমৰ সন্মুখত। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলেও পিছত একেলগে ঘটনাটোৰ প্ৰতিবাদ কৰিছিল।

আনহাতে ঘটনাটো সন্দৰ্ভত মুকেশ হুণ্ডাইৰ শ্ব’ৰূমৰ কৰ্তৃপক্ষৰে কৃষক মুক্তিৰ নেতা অখিল গগৈ, লাচিত সেনা, উন্নয়ন পৰিষদ, অসম জাতীয়াবাদী যুৱ ছাত্ৰ পৰিষদে বৈঠক অনুষ্ঠিত কৰিছিল আৰু কৰ্তৃপক্ষক এখন চুক্তিপত্ৰত চহী কৰাইছিল।

বৈঠকত ঋষভ হিম্মৎসিংকাক তেওঁৰ এই নিন্দনীয় আচৰণৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলা হৈছিল। হুণ্ডাই কৰ্তৃপক্ষই এই দাবী মানি লৈছিল। চুক্তিমতে, ঋষভ হিম্মৎসিংকাই সংবাদমেল দি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিব। আৰু সেইটো নকৰা পৰ্য্যন্ত বন্ধ থাকিব মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ৰূম আৰু ছাৰ্ভিচিং চেণ্টাৰ। চুক্তিত চহী কৰিছিল হুণ্ডাইৰ জেনেৰেল মেনেজাৰ (ছেইলছ) ধীৰাজ দাস কাশ্যপে

চুক্তিখনত লিখা আছে, “আমাৰ স্বত্ত্বাধিকাৰী ঋষভ হিম্মৎসিংকাই এখন সংবাদমেল আয়োজন কৰি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিব।  যেতিয়ালৈকে তেখেতে তেখেতৰ এই কৃতকৰ্মৰ বাবে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা নুখুজিব তেতিয়ালৈকে মুকেশ হুণ্ডাইৰ গণেশগুৰিস্থিত শ্ব’ ৰূম আৰু ছাৰ্ভিছ চেণ্টাৰ দুয়োটাই বন্ধ থাকিব। বন্ধৰ সময়ছোৱাত সকলো কৰ্মচাৰীয়ে তেখেতসকলৰ ন্যায্য দৰমহাসহ ছুটী লাভ কৰিব।…”

আৰক্ষীয়ে গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক বিচাৰি আছিল যদিও তেওঁক বিচাৰি পোৱা নাছিল বুলি কালি পৰ্য্যন্ত আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছিল। কিন্তু সংবাদ মাধ্যমত আৰক্ষীৰ ব্যৰ্থতাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছিল দিচপুৰ আৰক্ষী আৰু আজি তেওঁক আত্মগোপন কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd