• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পঞ্চম সংখ্যক উত্তৰ-পূব কাৰাটে চেম্পিয়নশ্বিপত পদকৰ শীৰ্ষত অৰুণাচল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 1:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

অৰুণাচলৰ ইটানগৰৰ নিওকাম লাপাং খেল পথাৰত পঞ্চম সংখ্যক উত্তৰ-পূব কাৰাটে চেম্পিয়নশ্বিপৰ দেওবাৰে জাকজমকতাৰে শুভাৰম্ভণি হোৱাৰ পিছত সোমবাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত ঘৰুৱা দল অৰুণাচল প্ৰদেশে ৬৮টা পদকেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰে। ঘৰুৱা দলটো মুঠ ৪৫টা সোণ, ১২টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ইয়াৰ উপৰি অসমে ১৮টা সোণ, ২৯টা ৰূপ আৰু ১৪টা ব্ৰঞ্জেৰে দ্বিতীয় আৰু উত্তৰ-পূবৰ শক্তিশালী ৰাজ্য মণিপুৰে মাত্ৰ ৭টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰে তালিকাৰ তৃতীয় স্থানত থাকে।

Apply Now

আনহাতে পদক পোৱা বাকী ৰাজ্য তথা দলকেইটা হ’ল মিজোৰাম ২টা সোণ, ৭টা ৰূপ আৰু ১৪টা ব্ৰঞ্জ, অসম ৰাইফলছ ৩টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ, নাগালেণ্ড ১টা সোণ আৰু ৬টা ব্ৰঞ্জ, চিকিম ৪টা ৰূপ আৰু ১৭টা ব্ৰঞ্জ, দাৰ্জিলিং গোৰ্খা কাৰাটে এছ’চিয়েশ্যন ২টা ৰূপ আৰু ৭টা ব্ৰঞ্জ, অৰুণাচল প্ৰদেশ পুলিচ স্প’ৰ্টছ কণ্ট্ৰল ব’ৰ্ডে ২টা ৰূপ আৰু ৩টা ব্ৰঞ্জেৰে প্ৰতিযোগিতাৰ অন্ত পেলায়। এই প্ৰতিযোগিতাখনত ৪৭০গৰাকী খেলুৱৈ সহিতে বিভাগীয় লোকে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ বিভাগৰ যুটীয়া সচিৱ মিগে কামকিয়ে অৰুণাচল কাৰাটে এছ’চিয়েশ্যন সভাপতি তিখা তাৰা আৰু কাৰিকৰী ডিৰেক্টৰ এছ দেৱেন শৰ্মাক অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা বাবে ধন্যবাদ জ্ঞাপন কৰে। তাৰা আৰু শৰ্মাই যোৱা ৩০ বছৰত কাৰাটে খেলক উন্নতিৰ শিখৰত লৈ যোৱাৰ বাবে যথেষ্ট কষ্ট কৰা বুলিও কামকিয়ে কয়। ‘৩০ বছৰ আগতে ৰোৱা গছে এতিয়া ফল দিয়া আৰম্ভ কৰিছে’ বুলি তাৎপৰ্যসূচক মন্তব্য কৰে।

অৰুণাচল প্ৰদেশৰ ক্ৰীড়াৰ অধ্যক্ষ বাৰমাং টাগোৱে খেলখনৰ সফল পৰিসমাপ্তিৰ বাবে আয়োজক তথা প্ৰত্যেক খেলুৱৈকে ধন্যবাদ জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd