• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়কৰ প্ৰসংগত মনে মনে থকা সৰ্বানন্দ সোণোৱাল কেনেকৈ জাতীয় নায়ক হ’ল : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2018 6:09 pm
তৰুণ গগৈ। ফাইল ফটো।

তৰুণ গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীতীশ কুমাৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিলে, অৰুণাচল, মেঘালয়ৰ চৰকাৰে কৰিলে, তাৰ পিছতো মনে মনে থকা সৰ্বানন্দ কেনেকৈ জাতীয় নায়ক হ’ল? আজি এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এইদৰে কটাক্ষ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি কইনাধৰাৰ তেওঁৰ বাসগৃহত এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰাৰ লগতে বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে।

Apply Now

বিভিন্ন সময়ত সততে সংবাদমেল দি সৰৱ হৈ অহা গগৈয়ে আজি ৰেৱতী ফুকনৰ নিৰুদ্দেশৰ ঘটনা, নাগৰিকত্ব সংশোধনী বিধেয়ক, ৰাজ্যত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধ, সুকীয়া বৰাক ৰাজ্য, আৰক্ষীৰ ব্যৰ্থতা আদি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মত দিয়ে।

আনহাতে গগৈয়ে তেওঁৰ পিতৃ-মাতৃৰ নামত থকা ট্ৰাষ্টৰ পৰা ১২ জুলাইত ফিনলেণ্ডৰ বিশ্ব জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰা হিমা দাসক ১ লাখ টকা দিব বুলিও প্ৰকাশ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত সংবাদমেলত বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয়, “নীতীশ কুমাৰেও নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে। অৰুণাচল,  মেঘলয় চৰকাৰেও বিৰোধিতা কৰিছে। জাতিৰ সংকটৰ সময়ত মনে মনে থকা সৰ্বানন্দ সোণোৱাল তাৰ পিছতো জাতীয় নায়ক কেনেকৈ হ’ল?”

বেয়া ৰাস্তা বনাবলৈ ৩০ ঘণ্টা সময় ধৰি দিয়া কথাটোতো সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি গগৈয়ে কয়, “ৰাস্তা বেয়া হ’লে মুখ্য মন্ত্ৰীয়ে ৩০ দিনত ৰাস্তা বনাবলৈ কয়। এইটো টোঘলকী নিৰ্দেশ। ৩০ ঘণ্টা দূৰৰে কথা, ৩০ দিনতো বনাব নোৱাৰে। এইটো মুখ্য মন্ত্ৰীৰ অপৰিপক্বতাৰ চিন।”

আনহাতে ৰেৱতী ফুকনৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত কয়, “ই এক গুপ্তহত্যা বুলি আমাৰ সন্দেহ হৈছে। ৰেবতী ফুকনৰ আজিও সন্ধান নাই। অসমত ইয়াৰ আগতে এনে ধৰণৰ ঘটনা কেতিয়াও হোৱা নাছিল। ইয়াৰ চি বি আই  তদন্ত হ’ব লাগে।”

নিজৰ আমোলতো স্বাস্থ্য মন্ত্ৰী থকা আৰু বৰ্তমানেও স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয়, “যোৱা ৯ বছৰত ১০ হাজাৰ শিশুৰ মৃত্যু হৈছে। বিভাগীয় মন্ত্ৰীজনে আকৌ নিজকে বৰ দায়ীত্বশীল বুলি কৈ থাকে।”

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ৰাজ্যত বিজেপিৰ চৰকাৰখন অহাৰ পিছত বিভিন্ন অপঘটনাবোৰ বৃদ্ধি হৈছে বুলি কৈ মৰেল পুলিচিং বৃদ্ধি হোৱা, ৰে’লতো মহিলাৰ ওপৰত আক্ৰমণৰ কথালৈ আঙুলিয়াই দিয়ে।

সংবাদমেলত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰি তৰুণ গগৈয়ে কয় যে এন আৰ চি প্ৰক্ৰিয়াত যিসকলৰ নাম বাদ পৰি যাব, সেই মানুহখিনিক লৈ কি কৰিব? যেতিয়া বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিব তেতিয়াহে অসমৰ পৰা বাহিৰ কৰিব পাৰিব।

আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ তুলি গগৈয়ে কয়, “লাফিকুল ইছলামক কোনে হত্যা কৰিলে এতিয়ালৈকে শুংসূত্ৰ নাই। এবছৰ পাৰ হৈ গ’ল। এতিয়া মানুহে পাহৰিলে সকলোৱে। পুলিচৰ বৰমূৰীয়াসকলে কাম কৰাতকৈ কথা বেছি কয়। আমি কাম কৰাটো বিচাৰিছো।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd