• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজয় দিৱস : কাৰ্গিল যুদ্ধৰ বীৰ চহিদ জোৱানসকলক স্মৰণ ত্ৰিপুৰা বিজেপিৰ

পিনাকী দাস by পিনাকী দাস
July 27, 2018 7:43 am
tripura-kargil-266x200
111
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বৃহস্পতিবাৰে দেশৰ বিভিন্ন প্ৰান্তত কাৰ্গিল যুদ্ধৰ বীৰ চহিদ জোৱানসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। ১৯ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কালিৰ দিনটোত ত্ৰিপুৰা বিজেপিও বিভিন্ন কাৰ্যসূচীৰ লগতে মমবাতি জ্বলাই বীৰ চহিদসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

উল্লেখ্য যে, ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই । তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হৈ আহিছে।

বিজেপিয়ে ৰাজ্যখনত কেন্দ্ৰীয়ভাৱে আগৰতলাত বিজয় দিৱস পালন কৰি চহিদ জোৱানসকলক স্মৰণ কৰে আৰু অন্য প্ৰান্ততো বিজেপি কৰ্মীসকলে এই বিশেষ ঐতিহাসিক দিনটো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰে।

১৯৯৯ চনতে পাকিস্তানৰ সৈতে হোৱা সামৰিক যুদ্ধত যিসকল ভাৰতীয় বীৰ জোৱানে নিজৰ প্ৰাণৰ বলিদান দি মাতৃভূমিক শত্ৰুৰ পৰা বচাবলৈ সক্ষম হৈছিল সেই বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেই প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd