• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

৫ দফীয়া দাবী চনদেৰে ত্ৰিপুৰা তেল টেংকাৰ মজদুৰৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

পান্না ঘোষ by পান্না ঘোষ
August 2, 2018 4:22 pm
n1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা ৮-০০ বজাৰ পৰা ৫টা দাবী চনদেৰে ত্ৰিপুৰা তেল টেংকাৰ মজদুৰ সংঘৰ বেনাৰত মজদুৰসকলে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। দৰমহা বৃদ্ধি, (কেন্দ্ৰীয় নিৰিখ অনুসৰি) ভৱিষ্যনিধি, চিকিৎসা বানচ আৰু সাপ্তাহিক বন্ধৰ দিন নিশ্চিত কৰাৰ লগতে পেনছন প্ৰদান কৰা আদি মুঠ ৫টা দাবীৰে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁলোকে ২৫০০ ৰ পৰা ৩০০০ টকালৈকে দৰমহা লাভ কৰে আৰু হেণ্ডিমেনে মাত্ৰ ৫০০ টকা লাভ কৰে। প্ৰতিবাদকাৰীসকলে কয় যে এই যৎসামান্য দৰমহা সংসাৰ চলোৱাৰ বাবে পৰ্যাপ্ত নহয়।

অৱশ্যে, চলিত বৰ্ষৰ এপ্ৰিলৰ ৩১ তাৰিখেও ত্ৰিপুৰা তেল টেংকাৰ সংঘৰ বেনাৰত মজদুৰসকলে একে দাবীৰে ধৰ্মঘট কৰিছিল। ২৬ জুনত  সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এই বিষয়ত তেওঁলোকে আলোচনাতো বহিছিল।  কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি লোৱাৰ আশ্বাস নিদিয়াত তেওঁলোকে কৰ্ম বিৰতি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

তেওঁলোকে চিএম, ডিএমকে ধৰি অন্যন্য বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিছিল যদিও তেওঁলোকে কোনো উত্তৰ পোৱা নাছিল বাবে তেওঁলোকে কৰ্ম বিৰতি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে জনোৱা মতে চলিত বৰ্ষৰ  ২৭ জুলাইত ডিএমৰ জৰিয়তে তেওঁলোকৰ দাবী সন্দৰ্ভত চিএমক অৱগত কৰোৱা হৈছিল।

এই প্ৰতিবাদৰ ফলত সমগ্ৰ ৰাজ্যতে পেট্ৰলৰ সংকটে দেখা দিয়ে। ৰাজ্যখনত পেট্ৰলৰ নাটনিয়ে দেখা দিয়াত আকৌ এবাৰ ৰাজ্যখনত সমস্যাই দেখা দিয়ে। উল্লেখ্য যে আজি বেছিভাগ পেট্ৰল পাম্পতেই প্ৰট্ৰলৰ অভাৱ পৰিলক্ষিত হয়।

আজি পুৱাৰে পৰা ৰাজ্যখনৰ পেট্ৰল পাম্পসমূহৰ সন্মুখত গ্ৰাহকৰ দীঘল শাৰী দেখা পোৱা গৈছিল। এছডিএমে ভাৰতীয় তেল নিগমৰ ডিপো সমূহলৈ গৈ প্ৰতিবাকাৰীসকলৰ সৈতে আলোচনাত মিলিত হয় যদিও প্ৰতিবাদকাৰীসকলে জনাই দিয়ে যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা লিখিত আশ্বাস অবিহনে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী উঠাই নলয়।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd