• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ জল প্ৰলয় সম্পর্কে ৩০ জুলাইতে সকীয়াই দিছিল নাগালেণ্ডৰ সচিবে

উত্তম শইকীয়া by উত্তম শইকীয়া
August 2, 2018 6:01 pm
নুমলীগড়ৰ পশ্চিম ধোদাঙৰ কৃষি বান্ধ ধনশিৰিৰ প্ৰৱল সোঁতে চিঙি নিয়ে। ফটো : উত্তম শইকীয়া

নুমলীগড়ৰ পশ্চিম ধোদাঙৰ কৃষি বান্ধ ধনশিৰিৰ প্ৰৱল সোঁতে চিঙি নিয়ে। ফটো : উত্তম শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাৰ নুমলীগড়ত ধনশিৰি নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এই বানত ইতিমধ্যে এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে এজন লোকক পানীয়ে উটুৱাই নিয়ে ৷

আজি বিয়লিলৈকে ধনশিৰিৰ বানে নুমলীগড় অঞ্চলৰ মুঠ ১৮ খন গাওঁ প্লাৱিত কৰাৰ লগতে প্ৰায় ১৮ হেজাৰ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। এই বানত নুমলীগড় অঞ্চলৰ প্ৰায় ২,২০৬ হেক্টৰ কৃষি ভূমিৰ ক্ষতি সাধন কৰাৰ বিপৰীতে ২,৮০০ পশুধনৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে বুলি বোকাখাতৰ ৰাজহ বিভাগে জনাইছে ৷

Apply Now

ইপিনে বন্যাৰ্ত ৰাইজৰ উদ্ধাৰৰ বাবে মহকুমা প্ৰশাসনে এছ ডি আৰ এফক নিয়োজিত কৰিছে ৷ বাঢ়নী পানীয়ে ঠাই বিশেষে ৩৭ নং ৰাষ্ট্ৰীয় পথ বুৰাই পেলোৱাৰ বাবে পুৱাৰে পৰাই ৩৭ ৰাষ্ট্ৰীয় পথ যাতায়তৰ বাবে বন্ধ কৰি দিয়া হয় ৷

নগালেণ্ডৰ সচিবৰ পত্ৰ
জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নাগালেণ্ড চৰকাৰৰ সচিব ৰভিলাটো মৰেই লিখা পত্ৰখন।

আনহাতে, নুমলীগড়ৰ পশ্চিম ধোদাঙৰ কৃষি বান্ধ ধনশিৰিৰ প্ৰৱল সোঁতে চিঙি নিয়ে। ইয়াৰ ফলত বহুকেইটা পৰিয়ালক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ৷ ঘটনাস্থলীত প্ৰৱল সোঁতৰ বাবে উদ্ধাৰকাৰী দল বৰ্তমানো উপস্থিত হ’ব পৰা নাই।

গোলাঘাট জিলাত সৃষ্টি হোৱা এই জলপ্ৰলয়ৰ বাবে নীপকোক জগৰীয়া কৰিছে মন্ত্ৰী অতুল বৰাই ৷ শীঘ্ৰে পানী বন্ধৰ বাবে দাবীও জনাইছে মন্ত্ৰী গৰাকীয়ে ৷ ধনশিৰি নদীৰ বানত এজন লোকৰ মৃত্যু হোৱাৰ উপৰিও পোনা বাউৰী নামৰ আন এজন ব্যক্তি পানীৰ সোঁতত উটি যোৱাৰ পিছত এতিয়ালৈকে সন্ধানহীন হৈ আছে।

নীপকোয়ে দৈয়াং ৰিজাৰভাৰৰ পানী মুকলি কৰি দিয়াৰ বাবেই এই জল প্ৰলয় হোৱা বুলি কোৱা হৈছে যদিও নাগালেণ্ডৰ চাকাবামা নামৰ স্থানত চিডজু নদীত ভূমি স্খলনৰ ফলত পানী আবদ্ধ হৈ পৰা বাবে শীঘ্ৰেই নদী খনৰ নামনি অঞ্চলৰ উপৰিও যোৰহাট আৰু গোলাঘাটৰ বিভিন্ন স্থানত জল প্ৰলয় হ’ব পাৰে বুলি ৩০ জুলাইতে সমুহ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লিখিতভাৱে অৱগত কৰিছিল নাগালেণ্ড চৰকাৰৰ সচিব ৰভিলাটো মৰেই ৷ চিডজু নদীৰ পানীও এই জলপ্ৰলয়ৰ অন্যতম কাৰণ হ’ব পাৰে বুলি জনাইছে বিভাগীয় সুত্ৰই ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd