• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্ষকৰ ৰূপত থাকি নাবালিকাক যৌন নিৰ্যাতন : এছ অ’ এছ শিশুগাৱঁৰ সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ

মুকুট দাস by মুকুট দাস
August 5, 2018 9:26 pm
sos_Child
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আজাৰাস্থিত এছ অ’ এছ শিশুগাৱঁৰ ৩গৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ইয়াৰ সহকাৰী সঞ্চালকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই ঘটনাটো ঘটিছিল কেইদিনমানৰ পূৰ্বে ৰটাৰেক্ট ক্লাবে আয়োজন কৰা ছদিনীয়া এটা শিবিৰৰ শেষৰ দিনটোত। ৰক্ষকৰ ৰূপত থাকি এই নিৰ্লজ্জ কাণ্ড কৰা ৪৪ বছৰীয়া মণিপুৰী ব্যক্তিজনক ফাওখা লুন ভেইফেই বুলি চিনাক্ত কৰা হৈছে।

Apply Now

উৎসাহ (UTSAH) নামৰ এটা শিশুৰ অধিকাৰ সম্পৰ্কত কাম কৰা বেচৰকাৰী সংস্থাৰ কাৰ্য্যবাহী সঞ্চালক মিগুৱেল কুৱেহে কয় যে তেওঁক লাভলি সৰকাৰ নামৰ এজন সাংবাদিকে ১ আগষ্টত ঘটা এই ঘটনাটোৰ বিষয়ে ইমেইল যোগে অৱগত কৰিছিল। মেইলটোত জনোৱামতে, সহকাৰী সঞ্চালক ভেইফেয়ে এছ অ’ এছ শিশুগাৱঁৰ বিভাগীয় গাড়ীৰ ভিতৰত নাবালিকা ছোৱালীকেইজনীক সহকাৰী সঞ্চালকজনে আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল।

লাভলি সৰকাৰক এই ঘটনাটোৰ বিশয়ে ৰটাৰেক্ট ক্লাবৰ এজন কৰ্মকৰ্তাই জানিবলৈ দিয়ে।

কুৱেহে তাৰ পাছতে আৰক্ষী আয়ুক্ত হীৰেন নাথক এই বিষয়ে লিখিতভাৱে অৱগত কৰে। তেতিয়া আৰক্ষী আয়ুক্ত হীৰেন নাথে আজাৰাৰ আৰক্ষীক ঘটনাটোৰ কথা জনায় আৰু লগতে কুৱেহকো আজাৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ কয়।

সেইমতে তেওঁ আগষ্ট ২ তাৰিখে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। তেওঁক এই কামত সহযোগ কৰি চাইল্ড লাইন গুৱাহাটীৰ কৰ্মকৰ্তাৰ লগতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন য়ুনিটৰ কাউন্সিলৰো লগত যায়। তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৪৮৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰে। তাৰ পিছত ৩ আগষ্টত আৰক্ষীয়ে ফাওখা লুন ভেইফেইক গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰৰ ছেছন ক’ৰ্টত হাজিৰ কৰায়। আদালতে অভিযুক্ত ভেইফেইক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd