• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূড়ান্ত খচৰাত বিহাৰ-উত্তৰ প্ৰদেশৰ লোকৰ নাম বাদ পৰাত উদ্বেগ প্ৰকাশ পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2018 10:01 am
এন আৰ চি
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত দীৰ্ঘ দিনৰে পৰা বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ ভিতৰত প্ৰায় এক লাখ লোকৰ নাম এন আৰ চিৰ খচৰাত বাদ পৰা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনে। ইয়াৰ বাবে তেওঁলোকে বিহাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰকে এইক্ষেত্ৰত দোষাৰোপ কৰিছে।

সোমবাৰে পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ কেন্দ্ৰীয় সভাপতি প্ৰেম উপাধ্যায়সহ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে এখন সংবাদমেলত অনুষ্ঠিত কৰি ৰাজ্যখনত বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ এক লাখ লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা বিষয়ত উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াৰ বাবে উক্ত ৰাজ্য দুখনৰ চৰকাৰক জগৰীয়া কৰিছে।

Apply Now

আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰাত বিহাৰ, উত্তৰ প্ৰদেশৰ লোকৰ নাম বাদ পৰা বিষয়টো সন্দৰ্ভত তথ্যৰ সত্যাসত্য নিৰূপণ কৰি প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ এটা প্ৰতিনিধি দলে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক শীঘ্ৰেই সাক্ষাৎ কৰিবলৈ যাব বুলিও সংবাদমেলত সন্মিলনীৰ নেতাসকলে সদৰি কৰে।

ইপিনে দুয়োখন ৰাজ্যৰ চৰকাৰে যদি অসমলৈ তথ্য প্ৰেৰণত অনীহা কৰে তেন্তে ভৱিষ্যতে বিহাৰ, উত্তৰ প্ৰদেশৰপৰা আহি অসমত বসবাস কৰি থকা লোকসকল বিদেশী বুলি অভিহিত হোৱাৰো শংকা প্ৰকাশ কৰিছে  নেতাসকলে। তেওঁলোকে জানিব দিয়া মতে এন আৰ চি কৰ্তৃপক্ষই তথ্য বিচাৰি প্ৰেৰণ কৰা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ এক লাখৰ ভিতৰত মাত্ৰ ১৫,২৭৯গৰাকীৰহে আবেদন শুদ্ধ ৰূপত পৰীক্ষণ হৈ আহিছে।

সংবাদমেলত কেন্দ্ৰীয় সভাপতি উপাধ্যায়ৰ লগতে সংগঠনটোৰ তিনিচুকীয়া কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাবুল গড়, জিলাৰ সাধাৰণ সম্পাদক জ্ঞান  ৰবি দাস আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাজ কুমাৰ ৰামসহ অন্যান্য সদস্যসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

২০২৫ চনত চৰকাৰী বিভাগসমূহৰ বিৰুদ্ধে ৭০ হাজাৰৰো অধিক দুৰ্নীতিৰ অভিযোগ; শীৰ্ষত বেংক আৰু ৰে’লৱে

September 3, 2026 4:12 pm
“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

আইনৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষমতা বাৰ কাউন্সিলৰ নাই: উচ্চতম ন্যায়ালয়

September 3, 2026 5:06 pm
অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

অতিষ্ঠ গৌৰৱ! ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে

September 3, 2026 4:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd