• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱন চন্দ্ৰ বৰালৈ প্ৰয়াত ৰামেশ্বৰ বৰা সোঁৱৰণি কৃতী শিক্ষক বঁটা

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
August 7, 2018 9:22 pm
Rameshwar bora memorial award
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও পুৰণিগুদামৰ আগশাৰীৰৰ শিক্ষানুষ্ঠান মূঢ়ানি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী হাইস্কুলত আজি অনুষ্ঠিত নগাঁও জিলা অধিবিদ্যা পৰিষদৰ এক সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জীৱন চন্দ্ৰ বৰাক প্ৰয়াত ৰামেশ্বৰ বৰা সোঁৱৰণি কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়।

পৰিষদৰ সভাপতি তথা নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নেওগৰ সভাপতিত্বত অনুষ্ঠিত আৰু পৰিষদৰ সচিব ফজৰুল হক মৰলে উদ্দেশ্যে বাখ্যা কৰা সভাখনৰ আৰম্ভনিতে সংঘমিত্ৰা শইকীয়াই বৰগীত পৰিবেশন কৰে।

Apply Now

শংকৰী কলা কৃষ্টিৰ সাধক ৰামেশ্বৰ বৰাৰ সোঁৱৰণত তেওঁৰ শিক্ষয়িত্ৰী পত্নী অঞ্জলি বৰাৰ দানেৰে ২০০০ চনৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটাৰ লগত স্মাৰক, মানপত্ৰ, শৰাই, গামোচা, চেলেং আৰু নগদ ধন প্ৰদান কৰা হয়।

বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ তফাইল উদ্দিন ফাৰুক আহমেদ, ফনীন্দ্ৰ নাথ গায়ন, যতীন্দ্ৰ কুমাৰ বৈৰাগী, পুলিন হাজৰিকা, দিপীকা লস্কৰ, পূৰ্ণকান্ত নাথ, ৰাণা প্ৰকাশ বৰা, যজ্ঞেশ্বৰ শইকীয়া, গোলাপ শইকীয়া, প্ৰফুল্ল শইকীয়াৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন গায়ন উপস্থিত থাকে।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰা বিদ্যালয় সমূহৰ প্ৰধান সকলক মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ নিৰ্বাচিত শিক্ষক-শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰি উৎসাহিত কৰি আহিছে। এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা জীৱন চন্দ্ৰ বৰাই ১৯৮৩ চনত মূঢ়ানি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী হাইস্কুলত যোগদান কৰি জীৱনৰ সৰহ সংখ্যক সময় বিদ্যালয়খনত শিক্ষাদান কৰাৰ লগতে ২০০৯ চনত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহন কৰে।

বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে পুৰণিগুদামৰ বিভিন্ন সামাজিক দিশৰ সৈতে জড়িত হৈ সমাজখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা জীৱন চন্দ্ৰ বৰাক উক্ত বঁটা প্ৰদান কৰাত পুৰণিগুদামৰ শৈক্ষিক সমাজ উৎফুল্লিত হৈ পৰিছে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd