• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সেৱা কেন্দ্ৰত শুধৰণি প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ গৈ নাগৰিকৰ হাৰাশাস্তি

by
August 10, 2018 7:04 pm
One lady returning empty handed from a NSK at Normal School in Silchar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সকল নাগৰিকৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৱেদন কৰোঁতে বংশ-বৃক্ষ আৰু তথ্যত বিসংগতি ওলাইছিল, সেই সকলে দাবী আৰু শুধৰণি প্ৰপত্ৰৰ বাবে পুনৰ ভীৰ কৰিছেহি। শেহতীয়াভাৱে শুধৰণি প্ৰপত্ৰ পূৰাবলৈ গৈ জনসাধাৰণৰ কষ্টই সহ্যৰ শেষ সীমালৈ অতিক্ৰম কৰি গৈছে। এনে কিয় হৈছে? আজিও বহুতো আৱেদনকাৰীয়ে প্ৰপত্ৰ লৈ নতুনকৈ পূৰাবলৈ পুৱাৰে পৰা ৰৈ ৰৈ অৱশেষত খালি হাতে ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্মচাৰীসকলে শুকুৰবাৰে ১১-০০ বজাত জনাইছিল যে তেওঁলোকে প্ৰপত্ৰ সংগ্ৰহ কৰাৰ বাবে পুনৰ ১৬ আগষ্টত আহিব লাগিব। এই মাহৰ ৭ তাৰিখে প্ৰপক্ষবোৰ ওভোতাই দি তেওঁলোকক ১০ তাৰিখ মানে আজি আহিবলৈ কৈ তেওঁলোকক পুনৰ ১৬ তাৰিখে আহিবলৈ কৈছে।

Apply Now

শিলচৰৰ নৰ্মাল স্কুলত থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰলৈ অহা এগৰাকী অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্টেইন সঞ্জয় ভগতে কৈছে, ‘‘মোৰ বয়স ৭০ বছৰ। আমাৰ বাবে এয়া এক প্ৰকাৰৰ আতিশয্য, কৰণ আমি বহু দূৰৰ পৰা আহিব লাগে। মই যে সিদিনাই মোৰ প্ৰশ্নৰ উত্তৰ পাম তাৰ কি নিশ্চয়তা আছে?

আন এগৰাকী ৭০ বছৰীয়া স্বপন দাসে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কাৰ্যালয়ৰ পৰা ওলাই আহোতে কৰ্মচাৰীসকলক ভোৰভোৰাই গালি শাপনি পাৰি ওলাই আহি গুছি গৈছিল। ‘‘এবাৰ ক’ব ৭ তাৰিখে আহিবলৈ, এবাৰ ক’ব ১০ তৰিখে আৰু এইবাৰ কৈছে ১৬ তাৰিখে আহিবলৈ। ইয়াৰ পাছত হয়োত বাংলাদেশলৈ যাবলৈ ক’ব।

আৱেদনকাৰীসকলৰ মাজত থকা ক্ৰোধৰ অনুমান কৰিব পৰা গৈছিল যদিও সমগ্ৰ দিনটোতেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কোনো এটা সেৱা কেন্দ্ৰতেই অবাঞ্চিত পৰিস্থিতি সংঘটিত হোৱা নাছিল। নৰ্থ ইষ্ট নাও উপস্থিত হোৱা প্ৰতিটো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সেৱা কেন্দ্ৰতেই নিৰাপত্তাৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছিল।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী সেৱা কেন্দ্ৰ বিষয়াই কৈছে, ‘‘আৱেদনকাৰীসকলৰ মনৰ অৱস্থা আমি বুজি পাইছো। আমি আৱেদনকাৰীসকলক বুজাবলৈ যথাসাধ্যে চেষ্টা কৰিছোঁ। আমি বুজি পাইছোঁ যে ইয়াতে মানুহ কিছু হাৰাশাস্তি হৈছে।’’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd