• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁৱত এন আৰ চিৰ কামত বাংলাদেশী নাগৰিক ! ব্যাপক প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2018 9:33 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল হিচাপে অভিহিত এন আৰ চি প্ৰস্তুতৰ কামত এজন বাংলাদেশী লোক নিয়োজিত হোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত কলমৌবাৰী গাঁও পঞ্চায়তৰ এন আৰ চি কেন্দ্ৰত এই ঘটনা পোহৰলৈ আহিছে।

এন আৰ চিৰ ভেৰিফিকেশ্যন টীমৰ সদস্য হিচাপে বৰ্তমানলৈকে কৰ্মৰত হৈ আছে খাইৰুল ইছলাম নামৰ এজন শিক্ষক। মৰিগাঁও জিলাৰ ঠেং শালিবৰি খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা এজন লোক।

Apply Now

খাইৰুল ইছলামৰ মাতৃ মনোৱাৰা বেগমসহ তিনিজন পুত্ৰ তথা এগৰাকী কন্যাক মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল। ২০১৫ চনৰ ২০ ফেব্ৰুৱাৰিত মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে প্ৰদান কৰা ৪০/১৫ নং বিদেশী গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দানত মনোৱাৰা বেগম আৰু তেওঁৰ তিনিজন পুত্ৰ ক্ৰমে খাইৰুল ইছলাম, আছাজুল ইছলাম, চিৰাজুল ইছলাম আৰু তেওঁলোকৰ একমাত্ৰ কন্যা ফৰিদা বেগমক বিদেশী আইন ১৯৪৬ৰ ২ (এ)ৰ অধীনত বিদেশী হিচাপে ঘোষণা কৰিছিল।

পৰৱৰ্তী সময়ত খাইৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিদেশী ন্যায়াধিকৰণে দিয়া ৰায়ৰ বিৰুদ্ধে আৱেদন কৰে। সম্প্ৰতি তেওঁলোকে জামিন লাভ কৰি আছে।

আনহাতে, বৰ্তমানেও শিক্ষক হিচেপ কৰ্মৰত খাইৰুল ইছলাম কেনেকৈ এন আৰ চিৰ কৰ্মী হিচাপে নিয়োজিত হ’বলৈ পালে তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd