• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2018 7:01 pm
KochRajbongshi

ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচ ৰাজবংশী সন্মিলনীয়ে কাইলৈৰ পৰা আৰম্ভ হোৱাকৈ আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে। নৰ্থ-ইষ্ট নাওলৈ ফোন কৰি সংগঠনটোৱে এই কথা জানিবলৈ দিয়ে।

কোচ ৰাজবংশী সন্মিলনীৰ প্ৰচাৰ সম্পাদক সত্যজিত শইকীয়াই জানিবলৈ দিয়া মতে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত জিলা আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনাৰ পিছত সংগঠনটোৱে বন্ধৰ আহ্বান প্ৰত্যাহাৰৰ সিদ্ধান্ত লয়।

Apply Now

উল্লেখযোগ্য যে জনজাতিকৰণৰ দাবীত যোৱা ৬ আগষ্টত সংগঠনটোৱে কোকৰাঝাৰৰ চৌতাৰা ৰেইল ষ্টেইশ্যনত ৰেইল অৱৰোধ কাৰ্য্যসূচী লৈছিল। কিন্তু আৰক্ষীয়ে অৱৰোধকাৰীৰ ওপৰত লাঠীচালনা কৰাত বহু কেইজন আহত হৈছিল। লগতে আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিও ৰাখিছে।

ইয়াৰ প্ৰতিবাদত স্বাধীনতা দিৱসৰ দিনা সংগঠনটোৱে ক’লা বেজ পৰিধান কৰাৰ লগতে ১৪ আগষ্টৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল।

কিন্তু আজি সংগঠনটোৰ প্ৰচাৰ সম্পাদক সত্যজিত শইকীয়াই জানিবলৈ দিয়া মতে, সংগঠনটোৰ সৈতে কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসনৰ আলোচনাত এটা ঐকমত্যত উপনীত হোৱা গৈছে। এই ঐকমত্য মতে, উক্ত দিনা গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আদালতত আৰক্ষীয়ে দোষমুক্ত বুলি ঘোষণা কৰিব, যাতে তেওঁলোকে মুক্তি পোৱাৰ বাট আইনগতভাৱেই মুকলি হয়। এই প্ৰতিশ্ৰুতিৰ বাবেই সংগঠনটোৱে বন্ধ প্ৰত্যাহাৰ কৰা বুলি জনাইছে। অৱশ্যে স্বাধীনতা দিৱস বৰ্জন আৰু ক’লা বেজ পৰিধানৰ সিদ্ধান্তৰ পৰা আঁতৰি অহা নাই সংগঠনটো।

আনহাতে উক্ত দিনটোত গুৰুতৰভাবে আহত হোৱা দুলাল ৰায় নামৰ প্ৰতিবাদকাৰীজনক আৰক্ষীয়ে চিকিৎসাৰ বাবে কোকৰাঝাৰ হাস্পতালত ৰাখিছিল যদিও আজি আলোচনাৰ পাছতে মুকলি কৰি দিয়ে বুলি শইকীয়াই নৰ্থ-ইষ্ট নাওক জনায়।

আলোচনা কালত কোকৰাঝাৰ জিলা আৰক্ষী প্ৰশাসনৰ হৈ আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক টাবুৰাম পেগু, কমল কুমাৰ গুপ্তা, ডি এছ পি প্ৰকাশ মেধি উপস্থিত আছিল। কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাধৱ ৰায় আৰু গোসাঁই গাঁও জিলা সমিতিৰ সভাপতি সুৰজ ৰায় উপস্থিত আছিল।

মন কৰিব লগীয়া যে আজি গুৱহাটীত আৰক্ষী আয়ুক্ত হীৰেন নাথে অসম বন্ধ আহ্বানকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’‍ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। তেওঁ কয় যে বন্ধৰ আহ্বান জনোৱাসকলৰ বিৰুদ্ধে শীঘ্ৰেই আইনমতে ব্যৱস্থা লোৱা হ’ব।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd