• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩১ আগষ্টলৈ স্থগিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আন্দোলনৰ কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 11:32 am
Teachers-570x320

গুৱাহাটীত প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাথমিক শিক্ষকৰ দাবীসমূহৰ ক্ষেত্ৰত বিভাগীয় কাৰ্যালয়ত ক্ষিপ্ৰতাৰে কাম আগবঢ়াৰ পৰিপ্ৰেক্ষিতত অহা ১৬ আগষ্টৰ পৰা ঘোষিত আন্দোলনৰ কাৰ্যসূচী ৩১ আগষ্টলৈ স্থগিত ৰাখিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

সন্মিলনীৰ সভাপতি জীৱন বৰা আৰু সম্পাদক ৰাতুল গোস্বামীয়ে জানিব দিয়া মতে সোমবাৰে দিনৰ ১২ বজাৰ পৰা শিক্ষা আয়ুক্তৰ সৈতে প্ৰায় তিনি ঘণ্টা ধৰি চলা আলোচনাত প্ৰধান শিক্ষকৰ পদৰ প্ৰস্তাৱ শিক্ষা আয়ুক্ত কাৰ্যালয়ে ইতিমধ্যে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিছে বুলি সদৰী কৰে।

Apply Now

স্নাতক শিক্ষকৰ ৮,৭০০ টকাৰ গ্ৰেড পে’ৰ বাবে সঞ্চালকালয়ে দিয়া প্ৰস্তাৱ শিক্ষা আয়ুক্তৰ কাৰ্যালয়ে পৰ্যালোচনা কৰি এসপ্তাহৰ ভিতৰত বিত্ত বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। বিদ্যালয়ৰ সময়সূচীৰ আদেশ ১৫ আগষ্টৰ পূৰ্বে প্ৰকাশ কৰাৰ উপৰি এম এ চি পি বিত্ত বিভাগৰ অনুমোদনৰ জৰিয়তে জিলা পঞ্চায়ত সুবিধা লাভৰ ব্যৱস্থা ৩০ আগষ্টৰ ভিতৰত গ্ৰহণ কৰিব বুলি শিক্ষা আয়ুক্তই  আলোচনাত জানিব দিয়ে।

আনহাতে, বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যাটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত কৰা ফাইল নিজস্ব তদাৰকত শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে। তদুপৰি সন্মিলনীয়ে মুখ্যমন্ত্ৰীৰে আলোচনা নোহোৱাপৰ্যন্ত কাৰণ দৰ্শোৱাৰ বাবে প্ৰস্তুত কৰা জাননী প্ৰকাশ নকৰাৰ বাবে কৰা অনুৰোধ বিবেচনাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰধান শিক্ষকৰ পদ, স্নাতক শিক্ষকৰ গ্ৰেড পে’সহ অন্যান্য দাবীসমূহৰ ভিত্তিত শিক্ষা আয়ুক্ত কাৰ্যালয় আৰু বিত্ত বিভাগত চলি থকা ফাইলৰ কামসমূহ ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ স্বাৰ্থত শিক্ষা আয়ুক্তই ১৬ আগষ্টৰ পৰা ঘোষণা কৰা কাৰ্যসূচী স্থগিত ৰখাৰ বাবে অনুৰোধ জনায়।

সন্মিলনীয়ে শিক্ষা আয়ুক্তৰ অনুৰোধ ৰক্ষা কৰি অহা ৩১ আগষ্টলৈ ঘোষিত সকলো আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd