• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চতুৰ্থবাৰৰ বাবে লগ হোৱাৰ পিছত সংবাদমেল দি চাফাই গালে দুফাল হোৱা আমছুৰ দুই গোটে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2018 8:52 pm
AAMSU
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাৰ মাজত কিছু মতপাৰ্থক্য আৰু ভুল বুজাবুজি হোৱা বাবে আমাৰ সংগঠন দুটা পৃথক পৃথক ভাগত বিভক্ত হৈছিল।”

আজি দিচপুৰস্থিত আমছুৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে।

Apply Now

উল্লেখযোগ্য যে, সংগঠনৰ নেতৃত্বৰ মাজত খামখেয়ালি আৰু মতৰ পাৰ্থক্যৰ বাবে যোৱা ২৩ জুলাই দিনা সংগঠনটো দুটা ভাগত বিভক্ত হৈছিল। তাৰ পাছতে আজিজুৰ ৰহমানৰ নেতৃত্বত নতুনকৈ ৫১ জনীয়া কমিটী গঠিত হৈছিল।

ইয়াৰ পূৰ্বেও একাধিকবাৰ সংগঠনটোৰ বিভাজন হৈছিল। মূলতঃ ক্ষমতাৰ যুঁজেই এই বিভাজনবোৰৰ অন্যতম কাৰণ।

কিন্তু অন্তিমবাৰ যোৱা ২৩ জুলাইত দুভাগত বিভক্ত হোৱা সংগঠনটো যোৱা ১২ আগষ্টৰ দিনা আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাইৰ নেতৃত্বত তথা প্ৰাক্তন বিষয়ববীয়াৰ মধ্যস্থতাত জোৰা লাগে।

আজি সংবাদমেলত আজিজুৰ ৰহমানে কয়, “আমি সংকল্পবদ্ধ হৈছো, অসমৰ অসমীয়াৰ হকে আৰু বিশেষকৈ ধৰ্মীয় আৰু বিশেষ সংখ্যালঘু জনসাধাৰণৰ বাবে বিগত সময়ছোৱাত যিদৰে আমছুৱে সংগ্ৰাম কৰি গৈছিল, ঠিক তেনেকৈয়ে সংগ্ৰাম আগ বঢ়াই লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ হৈছো।”

আনহাতে, আজিজুৰ ৰহমানক মুখ্য উপদেষ্টা, ৰেজাউল কৰিম সৰকাৰক সভাপতি, আইনুদ্দিন আহমেদক কাৰ্য্যকৰী সভাপতি. মোশ্বাৰফ হুছেইন কবিৰ, আব্দুৰ ৰহমান বিশ্বাস আৰু ইমতিয়াজ হুছেইনক সাধাৰণ সম্পাদক তথা অন্য কেইবাগৰাকীক বিষয়ববীয়াক লৈ পুনৰ এখন কমিটি গঠন কৰা হয়। এই কমিটিখনে একত্ৰিত হৈ ভৱিষ্যৎ দিনবোৰত আমছুৰ হৈ কাম কৰি যাব বুলি সংবাদমেলত মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “১৯৭১ চনৰ পূৰ্বে অহা কোনো লোকৰ নাম যাতে এন আৰ চিৰ পৰা বাদ নপৰে তাৰ ওপৰতো আমছুৱে দৃষ্টি ৰাখিব বুলি উক্ত সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।”

আনহাতে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সমূহ আমছু কৰ্মীকে নজৰ ৰাখিবৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি আজিজুৰে সংবাদমেলত জনায়।

“কোনো লোকেই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে। কিন্তু শেষৰজন বৈধ ভাৰতীয়ৰ নামো যাতে এন আৰ চিত অন্তৰ্ভুক্ত হয় তাৰ বাবে চোকা দৃষ্টি ৰাখিবৰ বাবে এন আৰ চিৰ কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবৰ বাবে অনুৰোধ জনাইছো।” এইদৰে কয় আজিজুৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd