• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে বজায় ৰাস্তা-ঘাট উন্নয়নৰ ফটা ঢোল : মহানগৰীৰ মাজমজিয়াৰে পথৰ ওপৰৰ পুখুৰীত চৰে হাঁহ

মুকুট দাস by মুকুট দাস
August 17, 2018 7:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ শাসনকালত বৰ্তমান গুৱাহাটী মহানগৰীৰ চানমাৰি, জাপৰিগোগকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজে পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

উল্লেখযোগ্য যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নেতা সকলে বাট-পথ, পৰিবহণ, স্বাস্থ্যখণ্ড আদিত পৰিৱৰ্তন অানিব বুলি জনসাধাৰণৰ আগত উদাত্ত ভাষণ দিছিল। কিন্তু শাসনৰ গাদী দখল কৰাৰ পিছত দেখা গৈছে ইয়াৰ এক ওলোটা ছবি।

Apply Now

আৰু এই কথা প্ৰমাণ কৰিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ লক্ষ্মী নগৰ পথৰ জৰাজীৰ্ণ অৱস্থাই। যিটো পথে মহানগৰীৰ আৰ জি বৰুৱা আৰু জাপৰিগোগ পথক সংযোগ কৰিছে।

উক্ত অঞ্চলৰে নিৱাসী নৱ কুমাৰ গোস্বামীয়ে নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰা মতে এই পথটি ২০০৩ চনতে কংগ্ৰেছে নিৰ্মাণ কৰাৰ পিছত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ শাসনাধিস্থ বিজেপি চৰকাৰেও পথটি এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি কৰা নাই।

তাৰোপৰি গোস্বামীয়ে কয় যে এই সম্পূৰ্ণভাৱে জৰাজীৰ্ণ তথা মাত্ৰ সামান্য বৰষুণ দিলেই পথৰ ওপৰতে হাঁহ চৰিব পৰা অৱস্থা হোৱা সত্ত্বেও স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

মন কৰিব লগীয়া যে পথটোৰ অৱস্থা ইমানই শোচনীয় যে চাৰি চকীয়া গাড়ী উক্ত পথেৰে চলাচল কৰাতো বাদেই দুচকীয়া বহনে সেই অঞ্চলেৰে আহ-যাহ কৰোতে পথৰ সলনি পথৰ কাষৰ পদপথেৰে আহ-যাহ কৰে।

তাৰোপৰি আন এজন স্থানীয় ব্যক্তি কিশোৰ ভৰালীয়ে সকলো ৰাজনৈতিক নেতা একে বুলি উল্লেখ কৰি কয় যে তেওঁলোকে কেৱল নিৰ্বাচনৰ আগতহে দেখা দিবলৈ আহে। কিন্তু স্থানীয় ৰাইজে ২০০৩ চনৰ পৰা ভূগি অহা এই সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই।

একেদৰে চানামাৰিৰ অমিয়ানগৰৰ পথৰ অৱস্থাও একে। ফলত স্থানীয় ৰাইজে শাসনাধিস্থ চৰকাৰখনৰ ওপৰত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। তাৰোপৰি গুৱাহাটী মহানগৰীতে পথৰ এনে দুৰৱস্থা হোৱাত গাঁৱৰ ভিতৰুৱা অঞ্চলৰ পথ সমূহ কিমান উন্নতি হৈছে তাক লৈও স্থানীয় ৰাইজৰ সন্দেহ প্ৰকাশ কৰিছে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd