• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

বিভাজনৰ সময়ত চিটাগং পাহাৰৰ চাকমা আবাসভূমি পাকিস্তানত অন্তৰ্ভুক্তিৰ প্ৰতিবাদত ক’লা দিৱস পালন চাকমা জনগোষ্ঠীৰ

পিনাকী দাস by পিনাকী দাস
August 18, 2018 7:37 am
vlcsnap
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে ভাৰত বিভাজনৰ সময়ত  চিটাগং পাহাৰৰ চাকমা আবাসভূমি বাংলাদেশৰ (অবিভক্ত পকিস্তান)  হাতত অৰ্পণ কৰাক লৈ ত্ৰিপুৰাৰ চাকমা জনগোষ্ঠীয়ে ক’লা দিৱস পালন কৰিছে।

এগৰাকী প্ৰতিবাদকাৰী  অনিৰুদ্ধ চাকমাই কৈছে, ‘‘১৯৪৭ চনত ইংৰাজে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ পাছত হিন্দু আৰু মুছলমানৰ সংখ্যা গৰিষ্ঠতাৰ ভিত্তিত দেশ বিভাজন কৰা হৈছিল। সেই সময়চোৱাত চিটাগং পাহাৰ এলেকাত ৯৭.৫ শতাংশ জনবসতি আছিল বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকৰ বাসস্থান। কিন্তু সীমা আয়োগৰ মুৰব্বী চিৰিল ৰেডক্লিফে চিটাগং পাহাৰ এলেকা পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল। তেওঁ যুক্তি আছিল যিহেতু চিটাগং পাৰ্বত্য এলেকা ভাৰতৰ পৰা বহু দূৰত সেয়েহে এই এলেকাটো ভাৰতত অন্তৰ্ভুক্ত কৰিলে ইয়াৰ অৰ্থনীতি ভাঙি পৰিব।”

Apply Now

”যথাৰ্থতে আজি এই এই যুক্তি ভুল বুলি প্ৰমাণিত হৈছে। বৰ্তমান এই এলেকাত চাকমাসকল আত্ম-চিনাকীহীন, গৃহহীন আৰু বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। সেয়েহে আমি এই অবিচাৰৰ বিৰুদ্ধে মূৰ ডাঙি ঠিয় হৈ  সময়ত  চিটাগং পাহাৰৰ চাকমা আবাসভূমি ভাৰতত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ।’’ তেওঁ কয়।

তেওঁ আৰু কৈছে যেসময়ত  চিটাগং পাহাৰ এলেকাত  চাকমা আৰু আন আন জনজাতীয় লোকসকল ভাৰত বিভাজনৰ দ্বাৰা অভিভাৱকহীন হৈ পৰিছে কাৰণ প্ৰথমতে পাকিস্তানী চৰকাৰ আৰু পৰৱৰ্তী সময়ত বাংলাদেশৰ সামৰিক একনায়কসকলে জনগোষ্ঠীয় এলেকা অগ্ৰাসনৰ জৰিয়তে চাকমাসকলক সংখ্যালঘুত পৰিণত কৰিছে।

অনিৰুদ্ধ চাকমাই মন কৰিছে যে  বৃটিছ অধিবক্তা চিৰিল ৰেডক্লিফৰ নেতৃত্বাধীন সীমা আয়োগে দেশ বিভাজনৰ সময়ত জনসংখ্যাৰ বাসস্থানৰ সৈতে জড়িত বহুতো সত্যক মানি লোৱা নাছিল।

তেওঁ আৰু অভিযোগ কৰিছে যে জোৰপুৰ্বক অধিগ্ৰহণৰ ফলত আজি চাকমাসকল চাৰিওফালে সিঁচৰতি হৈ পৰিছে।

চাকমা নেশ্যনেল কাউঞ্চিল অব ইণ্ডিয়াৰ ত্ৰিপুৰা শাখাৰ সভাপতি উদয়জ্যোতি চাকমাই কৈছে, ‘‘আমি অকল চাকমাসকলৰ ফালৰ পৰাই নহয়, দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পাঞ্জাবী, সিন্ধ সকলৰ ফালৰ পৰাও ক’লা দিৱস পালন কৰিছোঁ। সীমাৰ সিপাৰে বাংলাদেশ আৰু পাকিস্তানত ভালেমান হিন্দু লোক আছে। গতিকে আমি জনাব বিচাৰিছোঁ দিছোঁ, কেনেদৰে দেশ বিভাজনে সীমান্ত এলেকাত বাস কৰা লোকসকলক—বিশেষকৈ চাকমাসকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।

তেওঁ আৰু কৈছে যে ১৯৪৭ চনৰ ১৫ আগষ্টত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষই নৱলব্ধ স্বাধীনতা দিৱস উদ্‌যাপন কৰিছিল, তেতিয়া পাকিস্তানী সেনা বাহিনীৰ বাল’খ ৰেজিমেণ্টৰ সেনা বহিনীয়ে চাকমা পাৰ্বত্য এলেকা আক্ৰমণ কৰিছিল আৰু ৰঙামাটিত থকা চাকমা ৰজাৰ ৰাজপ্ৰাসাদৰ ওপৰৰ পৰা ভাৰতীয় পতাকা দলিয়াই পেলাইছিল।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd