• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলত আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ : আইন বিৰুদ্ধ ঘোষণা ৰাজ্য প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2018 7:06 am
অপাৰেশ্যন ক্লীন ড্ৰাইভ
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত আপছুৱে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভে ৰাজ্যখনত বসবাস কৰি থকা অনা অৰুণাচলী লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। শনিবাৰেও আপছুৱে এই অভিযান অব্যাহত ৰখাৰ পিছত অনা অৰুণাচলী লোকসকলে ভয়-শংকাত সময় পাৰ কৰিছে।

বাহিৰৰ পৰা আহি বাস কৰি থকা এই লোকসকলে যিকোনো সময়তে ৰাজ্যখন ত্যাগ কৰিবলগীয়া হ’ব পাৰে বুলি শংকিত হৈ পৰিছে। আপছুৱে দেশৰ লগতে অৰুণাচলৰ স্বাৰ্থত এন আৰ চি উন্নীতকৰণৰ যি দাবী উত্থাপন কৰিছিল তাৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে পূৰ্বে ঘোষণা কৰি অনুসৰি ৰাজ্যখনত শুকুৰবাৰৰ পৰা অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ কৰে।

Apply Now

আপছুৱে শুকুৰবাৰে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভত এতিয়ালৈকে এহেজাৰৰো অধিক আন্ত:ৰাজ্যিক পাৰপত্ৰ নথকা তথা কোনো তথ্য পাতি নথকা বৈধ ভাৰতীয় লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইপিনে আৰক্ষীয়ে এই সন্দেহজনক লোকসকলক অসমত মুকলি কৰি দিয়ে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশত চাকৰি কৰি থকা কৰ্মচাৰীসকলকো আপছুৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভত ৰাজ্যখনৰ আন এটা ছাত্ৰ সংগঠন ওৱাংচু ছাত্ৰ সন্থায়ো সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সৰ্বাধিক সন্দেহজনক লোক থকা বুলি অৰুণাচলৰ কানুবাৰীত প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আপছুৱে দাবী জনাইছে। ইপিনে ৰাজ্যখনৰ ১৮ জিলাত একেলগে এই অপাৰেশ্যন ক্লীন ড্ৰাইভ চলোৱা বুলি আপছুৱে জানিবলৈ দিছে।

আনহাতে, অৰুণাচল ৰাজ্যিক প্ৰশাসনে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভক আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে। পাপুমপাৰেৰ উপায়ুক্তই জানিব দিয়ে যে ‘বেংগল ইষ্টাৰ্ণ ৰেগুলেশ্যন আইন ১৮৭৩’ৰ বিপৰীতে আপছুৱে আইন হাতত তুলি লোৱাটো আইন বিৰোধী কাম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd