• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ : আইন বিৰুদ্ধ ঘোষণা ৰাজ্য প্ৰশাসনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2018 7:06 am
অপাৰেশ্যন ক্লীন ড্ৰাইভ
135
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশত আপছুৱে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভে ৰাজ্যখনত বসবাস কৰি থকা অনা অৰুণাচলী লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। শনিবাৰেও আপছুৱে এই অভিযান অব্যাহত ৰখাৰ পিছত অনা অৰুণাচলী লোকসকলে ভয়-শংকাত সময় পাৰ কৰিছে।

বাহিৰৰ পৰা আহি বাস কৰি থকা এই লোকসকলে যিকোনো সময়তে ৰাজ্যখন ত্যাগ কৰিবলগীয়া হ’ব পাৰে বুলি শংকিত হৈ পৰিছে। আপছুৱে দেশৰ লগতে অৰুণাচলৰ স্বাৰ্থত এন আৰ চি উন্নীতকৰণৰ যি দাবী উত্থাপন কৰিছিল তাৰ প্ৰতি চৰকাৰে কোনো সঁহাৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে পূৰ্বে ঘোষণা কৰি অনুসৰি ৰাজ্যখনত শুকুৰবাৰৰ পৰা অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ কৰে।

আপছুৱে শুকুৰবাৰে আৰম্ভ কৰা অপাৰেশ্যন ক্লীন ড্ৰাইভত এতিয়ালৈকে এহেজাৰৰো অধিক আন্ত:ৰাজ্যিক পাৰপত্ৰ নথকা তথা কোনো তথ্য পাতি নথকা বৈধ ভাৰতীয় লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইপিনে আৰক্ষীয়ে এই সন্দেহজনক লোকসকলক অসমত মুকলি কৰি দিয়ে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশত চাকৰি কৰি থকা কৰ্মচাৰীসকলকো আপছুৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভত ৰাজ্যখনৰ আন এটা ছাত্ৰ সংগঠন ওৱাংচু ছাত্ৰ সন্থায়ো সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। সৰ্বাধিক সন্দেহজনক লোক থকা বুলি অৰুণাচলৰ কানুবাৰীত প্ৰশাসনক চোকা দৃষ্টি ৰাখিবলৈ আপছুৱে দাবী জনাইছে। ইপিনে ৰাজ্যখনৰ ১৮ জিলাত একেলগে এই অপাৰেশ্যন ক্লীন ড্ৰাইভ চলোৱা বুলি আপছুৱে জানিবলৈ দিছে।

আনহাতে, অৰুণাচল ৰাজ্যিক প্ৰশাসনে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভক আইন বিৰুদ্ধ বুলি অভিহিত কৰিছে। পাপুমপাৰেৰ উপায়ুক্তই জানিব দিয়ে যে ‘বেংগল ইষ্টাৰ্ণ ৰেগুলেশ্যন আইন ১৮৭৩’ৰ বিপৰীতে আপছুৱে আইন হাতত তুলি লোৱাটো আইন বিৰোধী কাম।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd