• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত দলবদ্ধ ধৰ্ষণৰ বলি ৭০ বছৰীয়া বৃদ্ধা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 21, 2018 4:50 pm
Class-কোকৰাঝাৰৰ ধৰ্ষণ-হত্যা: আৰক্ষীৰ কব্জাত অভিযুক্ত হাটৰৰ্খিV-Student-Gang-Raped-And-Set-On-Fire-By-Schoolmates-In-Assam-3

প্ৰতীকী ছবি।

129
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড।  ৭০ বছৰতকৈও অধিক বয়সৰ এগৰাকী মহিলাক নিজ গৃহতে কেইজনমান দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ বাতৰি জানিব পৰা গৈছে। ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি  দুবৃত্তই মহিলা গৰাকীক নিজৰ কামনাৰ বলি কৰিলে  ।

আইতা গৰাকীৰ একমাত্ৰ পুত্ৰজনে নিশা নিজৰ কৰ্তব্য স্থানলৈ যোৱাৰ পাছতে নিজ গৃহতে দলবদ্ধ ধৰ্ষণৰ বলি হ’ল আইতা গৰাকী।

মানৱ জাতিক কলংকিত কৰা পেলোৱা এই ঘটনা আজি পোহৰলৈ অহাৰ পাছতে এতিয়া স্থানীয় লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ এই অপৰাধৰ উচিত তদন্তৰ দাবী কৰিছে।

এইফালে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি জিনজিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিব বুলি জানিব দিছে। লগতে স্থানীয় ৰাইজৰ অভিযোগ যে সমগ্ৰ মোনাবাৰী অঞ্চলতে অবৈধ অৰুণাচলী মদৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবেই যুৱ প্ৰজন্মৰ মাজত  এনে অপৰাধ-প্ৰৱণ মানসিকতা ক্ৰমাৎ বৃদ্ধি পাই আহিছে।

আনহাতে মৰিগাঁও জিলাৰ জাগীৰোডতো সংঘটিত হৈছে তদ্ৰুপ ধৰ্ষণৰ ঘটনা। জানিব পৰা মতে পবিত্ৰ দাস নামৰ এটা লম্পটে এজনী ৮ বছৰীয়া শিশুক ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰে।

যোৱা ১৮ আগষ্টত শিশু ছোৱালীজনীয়ে আইতাকক বিচাৰি লম্পট পবিত্ৰ দাসৰ ঘৰলৈ যোৱাত তেওঁ ছোৱালীজনীক ধৰ্ষণ কৰাৰ লগতে প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।

শিশুটিয়ে পাছত পৰিয়ালৰ আগত উক্ত ঘটনা ব্যক্ত কৰিছিল আৰু পাছত কন্যা শিশুটিৰ পিতৃ ইন্দ্ৰ দাসে লম্পট পৱিত্ৰ দাসৰ বিৰুদ্ধে জাগীৰোড থানাত অভিযোগ দিয়ে। জাগীৰোড থানাত ৩২৮/১৮ নম্বৰত পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত সোমবাৰে আত্মগোপন কৰা ঠাইৰ পৰা লম্পট পৱিত্ৰ দাসক গ্ৰেপ্তাৰ কৰি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd