• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত দলবদ্ধ ধৰ্ষণৰ বলি ৭০ বছৰীয়া বৃদ্ধা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 21, 2018 4:50 pm
Class-কোকৰাঝাৰৰ ধৰ্ষণ-হত্যা: আৰক্ষীৰ কব্জাত অভিযুক্ত হাটৰৰ্খিV-Student-Gang-Raped-And-Set-On-Fire-By-Schoolmates-In-Assam-3

প্ৰতীকী ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড।  ৭০ বছৰতকৈও অধিক বয়সৰ এগৰাকী মহিলাক নিজ গৃহতে কেইজনমান দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ বাতৰি জানিব পৰা গৈছে। ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি  দুবৃত্তই মহিলা গৰাকীক নিজৰ কামনাৰ বলি কৰিলে  ।

আইতা গৰাকীৰ একমাত্ৰ পুত্ৰজনে নিশা নিজৰ কৰ্তব্য স্থানলৈ যোৱাৰ পাছতে নিজ গৃহতে দলবদ্ধ ধৰ্ষণৰ বলি হ’ল আইতা গৰাকী।

Apply Now

মানৱ জাতিক কলংকিত কৰা পেলোৱা এই ঘটনা আজি পোহৰলৈ অহাৰ পাছতে এতিয়া স্থানীয় লোক সকলে ঘটনাস্থলীত উপস্থিত হৈ এই অপৰাধৰ উচিত তদন্তৰ দাবী কৰিছে।

এইফালে স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি জিনজিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিব বুলি জানিব দিছে। লগতে স্থানীয় ৰাইজৰ অভিযোগ যে সমগ্ৰ মোনাবাৰী অঞ্চলতে অবৈধ অৰুণাচলী মদৰ প্ৰকোপ বৃদ্ধি হোৱাৰ বাবেই যুৱ প্ৰজন্মৰ মাজত  এনে অপৰাধ-প্ৰৱণ মানসিকতা ক্ৰমাৎ বৃদ্ধি পাই আহিছে।

আনহাতে মৰিগাঁও জিলাৰ জাগীৰোডতো সংঘটিত হৈছে তদ্ৰুপ ধৰ্ষণৰ ঘটনা। জানিব পৰা মতে পবিত্ৰ দাস নামৰ এটা লম্পটে এজনী ৮ বছৰীয়া শিশুক ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰে।

যোৱা ১৮ আগষ্টত শিশু ছোৱালীজনীয়ে আইতাকক বিচাৰি লম্পট পবিত্ৰ দাসৰ ঘৰলৈ যোৱাত তেওঁ ছোৱালীজনীক ধৰ্ষণ কৰাৰ লগতে প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।

শিশুটিয়ে পাছত পৰিয়ালৰ আগত উক্ত ঘটনা ব্যক্ত কৰিছিল আৰু পাছত কন্যা শিশুটিৰ পিতৃ ইন্দ্ৰ দাসে লম্পট পৱিত্ৰ দাসৰ বিৰুদ্ধে জাগীৰোড থানাত অভিযোগ দিয়ে। জাগীৰোড থানাত ৩২৮/১৮ নম্বৰত পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত সোমবাৰে আত্মগোপন কৰা ঠাইৰ পৰা লম্পট পৱিত্ৰ দাসক গ্ৰেপ্তাৰ কৰি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰা হয়।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd