• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰ বন বিভাগৰ পৃষ্ঠপোষকতাত থৌবাল ফৰেষ্ট ডিভিজনৰ সমুহীয়া অগৰু ৰোপণ কাৰ্যসূচী

সভাপতি ছামম by সভাপতি ছামম
August 21, 2018 9:42 pm
IMG_6673
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পাচত ৰাজ্যখনৰ বন মন্ত্ৰী থৌনাওজাম শ্যামকুমাৰ সিঙে অগৰুৰ সমুহীয়া ৰোপণ কাৰ্যসূচী ৰাজ্যখনৰ বিভিন্ন স্থানত আয়োজন কৰি আহিছে।

বন বিভাগৰ শীৰ্ষস্থীনীয় বিষয়াসকলৰ সৈতে বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে সেনাপতি জিলাৰ থৌবাল ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত আইলেণ্ড গাঁৱত অগৰুৰ সমুহীয়া ৰোপণ কাৰ্যসূচী আৰম্ভ কৰে।

Apply Now

বন মন্ত্ৰীগৰাকীয়ে কৈছে যে অগৰুৰ গছ ৰোপণ কৰি গাঁৱবাসীসকল অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পাৰিব। তেওঁ কৈছে যে আইলেণ্ড গাঁৱৰ চাৰিওফালে ৩,৩০০ জোপা অগৰুৰ পুলি ৰোপণ কৰা হ’ব। বন মন্ত্ৰীগৰাকীয়ে গাঁৱবাসীকলক অগৰুৰ পুলিসমূহ প্ৰতিপালন কৰাৰ বাবে উপদেশ দিয়ে।

তেওঁ আৰু কয় যে ৭ৰ পৰা ৮ বছৰৰ ভিতৰত একোডাল অগৰু গছৰ পৰা তেওঁলোকে ৩০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব।

উল্লেখ্য যে যোৱা বছৰ মণিপুৰ ছাংগাই মহোৎসৱত ভাৰত আৰু লাওছ চৰকাৰৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি অনুসৰি লাওছ চৰকাৰে মণিপুৰত ৰোপণ কৰা অগৰু গছৰ প্ৰতিপালন ব্যয়, ৰোগৰ ব্যয় বহন কৰাৰ উপৰিও অগৰু গছৰ বাবে বজাৰৰ ব্যৱস্থা কৰিব।

প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন ৰক্ষী বাহিনীৰ মুৰব্বী কাৰেলহৌবি আংগামি (PCCF & HoFF), থৌবাল ফৰেষ্ট ডিভিজনৰ বন বিষয়াসকল আৰু স্থানীয় লোকসকলে অগৰু পুলি ৰোপম কাৰ্যসূচীত উপস্থিত আছিল।

ইয়াৰ পূৰ্বে নগৰ পৰিকল্পনা বিভাগৰো দায়িত্বত থকা বন মন্ত্ৰী শ্যামকুমাৰে কোৰেইনগেই, ছাংগাকফাম, কাঞ্চিপুৰ আৰু ইৰোইছেম্বাৰ নিৰ্মীয়মান জলাধাৰ আৰু জন পৰিশোধন প্ৰকল্পকেইটা পৰিদৰ্শন কৰে।

চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পুঁজিৰে পুনৰুজ্জীৱন আৰু নগৰীয় ৰূপান্তৰণ আঁচনিৰ হকে অটল অভিযানৰ অধীনত সকলো নগৰীয় এলেকাত খোৱা পানী যোগান ধৰাৰ এই প্ৰকল্পসমূহৰ নিৰ্মাণকাৰ্যসমূহ ভাৰত চলি আছে।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd