• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীনগৰৰ হোটেলত সংঘটিত ঘটনাত দোষী সাৱ্যস্ত মেজৰ লিটুল গগৈৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সেনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2018 1:52 pm
Leetul-gogoi-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নামৰূপত জন্মগ্ৰহণ কৰা তথা ৫৩ ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ লিটুল গগৈক সেনা অনুসন্ধান আদালতে দোষী সাব্যস্ত কৰি সোমবাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। চলিত বৰ্ষৰ আগভাগত শ্ৰীনগৰৰ হোটেল এখনত এগৰাকী স্থানীয় কাশ্মিৰী মহিলাৰ সৈতে দেখা গৈছিল। ‘’ স্থানীয় লোকৰ সৈতে মিলা মিছাত বাধা-নিৰ্দেশ থকা সত্বেও মিলামিছা কৰা আৰু অভিযান চলি থকা অঞ্চলত কৰ্তৱ্যৰ পৰা আঁতৰি থকাৰ বাবে সেনাৰ আদালতে লিটুল গগৈক দোষী সাৱ্যস্ত কৰিছে।‘’

তদন্ত পোৱা ফলাফলসমূহ সেনাৰ কমাণ্ডাৰে অনুমোদন জনোৱাৰ পিছত সেনা আইনত উল্লেখ থকা ব্যৱস্থা অনুসৰি বিষয়াগৰাকীৰ বিৰুদ্ধে সেনা কৰ্তৃপক্ষই অভিযোগ আৰোপ কৰিব। তাৰপিছত তেওঁলোকে হয় বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিব, নহয় কোৰ্ট মাৰ্শ্বেলৰ বাবে পঠাব। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

উল্লেখযোগ্য যে  ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা অনুসৰি মাৰ্চৰ ২৩  তাৰিখে মেজৰ গগৈক শ্ৰীনগৰৰ এখন হোটেলত প্ৰত্যক্ষ কৰা হৈছিল। হোটেল গ্ৰেণ্ড মমতাৰ কৰ্মচাৰীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ পাছত তেওঁৰ সংগী মহিলাগৰাকী আৰু ছমিৰ আহমেদ নামৰ এজন সেনাৰ লোকসহ মেজৰ গগৈক শ্ৰীনগৰৰ এখন থানাত জেৰা কৰা হৈছিল।

আনহাতে, ব্ৰিগেডিয়াৰৰ অধীনত গঠিত হোৱা সেনা অনুসন্ধান অদালতে মেজৰ গগৈ, মহিলাগৰাকী আৰু গোচৰটোৰ সৈতে জড়িত সংশ্লিষ্ট সেনা বিষয়াসকলৰ সাক্ষ্য গ্ৰহণ কৰিছিল। অনুসন্ধানত লাভ কৰা তথ্যসমূহ মেজৰ জেনেৰেলৰ পৰামৰ্শক্ৰমে গ্ৰহণ কৰা হৈছিল আৰু  ১৫ কৰ্পছৰ কামাণ্ডাৰৰ অনুমোদনলৈ প্ৰেৰণ কৰা হৈছিল।

ইপিনে এই সম্পৰ্কে যোৱা ২৬ মে’ত পাহালগামত জেনেৰেল বিপিন ৰাৱটে কৈছিল যে দোষী সাব্যস্ত হ’লে মেজৰ লিটুল গগৈক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে শ্ৰীনগৰত যোৱা বছৰ মেজৰ গগৈয়ে উপ নিৰ্বাচনৰ পূৰ্বে শিল দলিওৱা সকলৰ বিৰুদ্ধে এগৰাকী ব্যক্তিক জীপত বান্ধি মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰা কাৰ্যক জেনেৰেল বিপিন ৰাৱটে সমৰ্থন কৰিছিল। এই কামৰ বাবে মেজৰ গগৈক জেনেৰেল ৰাৱটে ‘চীফ অব আৰ্মি ষ্টাফ কমেণ্ডেশ্যন কাৰ্ড’ প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰততে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd