• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড; ৯-১৪ হেজাৰ টকীয়া বিদ্যুতৰ বিল দেখি মূৰে কপালে হাত দিছে দৰিদ্ৰ গঞাই

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 28, 2018 12:04 pm
Screenshot_20180828-101838_Video Player
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শক্তি বিভাগত ব্যাপক পৰিৱর্তনৰ কথা কোৱা চৰকাৰৰ এচাম অকৰ্মণ্য আমোলা-বিষয়াৰ চৰম দায়িত্বহীন কাৰ্যৰ বাবেই মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীৰ এখন গাঁৱৰ ৰাইজে ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে।

উল্লেখ্য যে মাজুলীৰ সোণোৱাল কছাৰী চিকাৰী নামৰ গাঁওখনৰ প্ৰায় ৯৫ শতাংশ মানুহ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰি আছে। কিন্তু অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ দৃষ্টিত গাঁৱখনত নাই কোনো দুখীয়া ৰাইজ। ইয়াৰ প্ৰমাণ ওলাইছে বিভাগে জাৰি কৰা বিদ্যুৎ মাচুল সংগ্ৰহৰ বিলত।

Apply Now

গাঁৱখনৰ জনসাধাৰণৰ আগতে প্ৰতি মাহত বিল আহিছিল গড়ে ১৫০ টকাৰ পৰা ২০০ টকা। কিন্তু মাজতে জুন-জুলাই মাহৰ বিল কোনো মানুহকে নিদিয়াৰ বিপৰীতে আগষ্ট মাহৰ বিল প্ৰেৰণ কৰিলে ৰাইজলৈ। মাজত মাত্ৰ ৬০ টা দিনৰ ব্যৱধানত ৰাইজৰ বিল আহিল ৯ হাজাৰৰ পৰা ১৪ হাজাৰ টকা।

বিদ্যুৎ বিভাগৰ এনে কাণ্ডৰ পিছত এতিয়া চকুৰে সৰিয়হ ফুল দেখিছে গাঁৱবাসীয়ে। কিয়নো যি সকল দুখীয়া ৰাইজে দুটা বা এটা বাল্ব আৰু দুই এক ঘৰত এটা টিভি চলোৱাৰ বাবদ মাহেকত দি আহিছিল ১৫০ ৰ পৰা ২০০ টকা কিন্তু বৰ্তমান সেই একেই ৰাইজৰ এতিয়া বিল ধন হৈছে হাজাৰৰ ঘৰত।

Screenshot_20180828

উল্লেখ্য যে এই সকলো বিসংগতিৰ মূল কাৰণ সন্দৰ্ভত ৰাইজে দিছে ভয়ংকৰ অভিযোগ। বিভাগৰ কোনো মিটাৰ ৰিডাৰ নাযায় গাওঁখনত। নিজৰ খেয়াল খুচি মতে বিল বনাই প্ৰেৰণ কৰে বিয়াগোম বিভাগটোৱে। আচলতে একাংশ অকৰ্মণ্য কৰ্মচাৰীৰ বাবেই এনেদৰে বিপদত পৰিছে এতিয়া চিকাৰীৰ গাঁৱবাসী।

এতিয়া গাঁৱবাসীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শক্তি মন্ত্ৰী তপন গগৈৰ হস্তক্ষেপ বিচাৰি সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ পোষকতা কৰিছে। ইফালে দৰিদ্ৰ জনতাক ৰাম ঠগন দি চলি থকা মাজুলীৰ বিদ্যুৎ বিভাগক নিয়ন্ত্ৰন কৰিবলৈ দাবী জনাইছে মাজুলীবাসীয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd