• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজপেয়ীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি অসম-ভিত্তিক কবিতা প্ৰতিযোগিতাৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2018 4:32 pm
Atal-Bihari-Vajpayee.jpg.image.784.410
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগশাৰীৰ শব্দশিল্পী, বাগ্নী ৰাষ্ট্ৰনেতা প্রয়াত প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপেয়ী সকলোৰে সন্মানীয় এগৰাকী ৰাষ্ট্ৰনেতা। তেওঁৰ জীৱনটো হৈছে কবিতাৰ ৰোমাঞ্চেৰে পৰিপূৰ্ণ। যি সময়ত সমাহিত ভাৱমূৰ্তিক দুৰ্বলতা বুলি গণ্য কৰা হৈছিল সেই সময়ত বাজপেয়ী জীয়ে এই কথা প্ৰমাণ কৰি দিছিল যে এটা কাৰোবাৰ বাবে উত্তৰাধিকাৰো হ’ব পাৰে। কবিতাৰ প্ৰতি তেওংৰ ধাউতিয়ে তেওঁৰ সমসাময়িক সকলো ৰাজনৈতিক নেতাৰ পৰা তেওঁক পৃথক কৰি তুলিছিল। তেওঁৰ অসামান্য উত্তৰাধিকাৰৰ অংশ হিচাপে বাজপেয়ীয়ে এৰি গৈছে কলিজাত কঁপনি তোলা কবিতামালা, যি কবিতাসমূহক চিৰদিন মানুহে আদৰ কৰিব।

এই কিংবদন্তী কবিগৰাকীৰ প্ৰতি সন্মান জনাবলৈ মাইগভআছামে (MyGov Assam) অসমৰ জনসাধাৰণৰ বাবে এক কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।মাইগভআছামে প্ৰয়াত ৰাষ্ট্ৰনেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি লিখা কবিতাৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কবিতাসমূহ অসমত প্ৰচলিত যিকোনো ভাষাতেই ৰচনা কৰিব পৰা যাব। এই প্ৰতিযোগিতা দুটা শাখাত বিভক্ত হ’ব।

Apply Now

প্ৰথম শাখাত অন্তৰ্ভুক্ত হ’ব বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। এই শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ৩০০০টকা, ২০০০ টকা আৰু ১০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

নিয়মাবলীত আয়োজকৰ তৰফৰ পৰা জনোৱা মতে কবিতা কি ভাষাত লিখা হৈছে তাক উল্লেখ কৰাটো বাধ্যতামূলক। প্ৰতিযোগীসকলে মাত্ৰ এটা শাখাত এটা কবিতা প্ৰেৰণ  কৰিব পাৰিব। আনে লিখা কবিতা গ্ৰহণ কৰা নহ’ব আৰু বিচাৰকৰ সিদ্ধান্ত চূড়ান্ত হ’ব বুলি আয়োজকে জনাইছে।

দ্বিতীয় শাখা সকলোৰে বাবে মুকলি থাকিব। এই শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে ৫০০০টকা, ৩০০০ টকা আৰু ২০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

সকলো কবিতাকেই সম্পাদনা কৰি এখন কবিতা সংকলনত প্ৰকাশ কৰা হ২ব। কবিতা প্ৰেৰণৰ অন্তিম তাৰিখ ২০১৮ৰ ১০ চেপ্টেম্বৰ। সকলো কবিতা মাইগভআছাম পৰ্টেলৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd