• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণত অভিযুক্ত দুই বিবাহিত যুৱকক গ্ৰেপ্তাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 31, 2018 6:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ধাৰাবাহিকভাৱে নাৰী নিৰ্যাতন বলাৎকাৰ অথবা হত্যাৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে বোকাখাতত দুজন বিবাহিত লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। দুই বিবাহিত লম্পট ধৰ্ষণকাৰীক ভাস্কৰ দত্ত আৰু বিচিত্ৰ বৰা ওৰফে বুবুল বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে বোকাখাত কলাখোৱা গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী বুধবাৰে বিদ্যালয় ছুটীৰ পাছত ঘৰলৈ গৈ থকা ভাস্কৰ নামৰ লম্পটটোৱে ফুৰাবলৈ নিয়াৰ প্ৰলোভনেৰে সতীৰ্থ বুবুলৰ ঘলৈ নিয়ে।

Apply Now

আৰু পিছত দুই লম্পটে বুবুলৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী তথা কিশোৰী গৰাকীক ধৰ্ষণ কৰে। আৰু লগতে কিশোৰী গৰাকীক ঘটনা সন্দৰ্ভত পৰিলায়লৰ লোকক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

ইফালে নিজ কন্যা বিদ্যালয়ৰ পৰা ঘৰলৈ সময়ত ঘূৰি নহাত পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ সন্দৰ্ভত বিচাৰ-খোচাৰ কৰে যদিও সন্ধিয়ালৈকে কোনো সম্ভেদ নাপালে।

কিছু সময়ৰ পিছত ছাত্ৰী গৰাকী লম্পট দুটাৰ হাতৰ পৰা পলায় আহি নিজ গৃহত উপস্থিত হৈ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আৰু বোকাখাত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত দুই লম্পটক বৃহস্পতিবাৰে নিশা অভিযান চলাই আটক কৰে। লগতে আৰক্ষীৰ জেৰাত দুই অভিযুক্তই কিশোৰী গৰাকীৰ ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে।

আনহাতে বোকাখাত আৰক্ষীয়ে গোচৰ নং ৪১৯/১৮ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ (ডি) ধাৰাত দুই লম্পটক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে লম্পট তথা অভিযুক্ত ভাস্কৰ দত্তৰ ঘৰ বোকাখাত মণ্ডল গাঁৱত আৰু বিচিত্ৰ বৰাৰ ঘৰ বোকাখাতৰ বৰভেটা গাঁৱত ৷ বিবাহিত ভাস্কৰৰ এগৰাকী কণমানি কন্যা সন্তানো আছে আৰু লম্পট প্ৰকৃতিৰ বিচিত্ৰ বৰাই ইতিমধ্যে দুগৰাকীক বিবাহ কৰাইছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd