• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ধবিশ্বাসৰ কবলৰ পৰা সমাজক মুক্ত কৰিবলৈ বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ জন জাগৰণ সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 6, 2018 10:15 am
DSC02379-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অন্ধবিশ্বাসৰ ফলত বৃদ্ধি পাবলৈ ধৰা হত্যা-হিংসাৰ বাবে সমাজখন ক্ৰমাৎ এক জটিল দিশলৈ গতি কৰিবলৈ ধৰিছে। যাৰ বাবে শিক্ষাৰ প্ৰভাৱ পৰা অঞ্চলটো এতিয়া অন্ধবিশ্বাসে গ্ৰাস কৰিব ধৰিছে। একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে ডাইনীৰ নামত চলা হত্যা এতিয়া বহু অঞ্চলত এক জটিল সমস্যা হিচাপে গঢ় লৈ উঠিছে।

এই উদ্দেশ্যে ৰাইজ তথা জনসাধাৰণক একত্ৰিত কৰি সচেতনতা আৰু সজাগ কৰি তোলাৰ বাবে বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত বুধবাৰে বিশ্বনাথ চাৰিআলিৰ বিনাপানী নাট্য মন্দিৰত অনুষ্ঠিত হয় এখনি ‘জনজাগৰণ সভা’।

Apply Now

এই জনজাগৰণ সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ সচিব প্ৰধান তথা মানব অধিকাৰৰ সৈতে জড়িত সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়া।

বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা শইকীয়াই সমাজত ব্যাপক হাৰত বৃদ্ধি পোৱা অন্ধবিশ্বাসৰ বাবে সমাজখন ভয়াৱহ দিশত আগবাঢ়িব ধৰিছে বুলি তাৎপৰ্যমূলক মন্তব্য কৰে। লগতে কোনো লোকে অন্ধবিশ্বাসৰ কবলত পৰি অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ বাবে অগ্ৰসৰ হ’লে সেয়া কি দৰে ৰোধ কৰিব পৰা যায় সেই বিষয়েও আলোকপাত কৰে।

বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশ্বনাথৰ ভিন্ন প্ৰান্তৰ পৰা অহা গাঁওৰক্ষী বাহিনী,  গাঁওবুঢ়া সকলকে আদি কৰি বহুতো মহিলা কমিটি উপস্থিত থাকে।

এই সজাগতা সভাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলাৰ কেইবাখনো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু অনান্য বহু সমাজ সচেতন ব্যক্তিৰ লগতে স্থানীয় দল-সংগঠনৰ নেতৃ বৃন্দ উপস্থিত থাকে।

আনহাতে বৰ্তমান আধুনিক যুগত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন উৰা বাতৰি প্ৰকাশ হৈ থাকে সেয়ে সেইবোৰৰ ওপৰত বিশ্বাস নকৰি কেনেকৈ জনসাধাৰণক সজাগ আৰু সচেতন কৰিব পাৰি তাৰ ওপৰতো কালিৰ সভাত বিস্তৃতৰূপত  আলোচনা কৰা হয়।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd