• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ধবিশ্বাসৰ কবলৰ পৰা সমাজক মুক্ত কৰিবলৈ বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ জন জাগৰণ সভা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 6, 2018 10:15 am
DSC02379-01
123
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অন্ধবিশ্বাসৰ ফলত বৃদ্ধি পাবলৈ ধৰা হত্যা-হিংসাৰ বাবে সমাজখন ক্ৰমাৎ এক জটিল দিশলৈ গতি কৰিবলৈ ধৰিছে। যাৰ বাবে শিক্ষাৰ প্ৰভাৱ পৰা অঞ্চলটো এতিয়া অন্ধবিশ্বাসে গ্ৰাস কৰিব ধৰিছে। একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে ডাইনীৰ নামত চলা হত্যা এতিয়া বহু অঞ্চলত এক জটিল সমস্যা হিচাপে গঢ় লৈ উঠিছে।

এই উদ্দেশ্যে ৰাইজ তথা জনসাধাৰণক একত্ৰিত কৰি সচেতনতা আৰু সজাগ কৰি তোলাৰ বাবে বিশ্বনাথ আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত বুধবাৰে বিশ্বনাথ চাৰিআলিৰ বিনাপানী নাট্য মন্দিৰত অনুষ্ঠিত হয় এখনি ‘জনজাগৰণ সভা’।

এই জনজাগৰণ সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ সচিব প্ৰধান তথা মানব অধিকাৰৰ সৈতে জড়িত সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়া।

বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা শইকীয়াই সমাজত ব্যাপক হাৰত বৃদ্ধি পোৱা অন্ধবিশ্বাসৰ বাবে সমাজখন ভয়াৱহ দিশত আগবাঢ়িব ধৰিছে বুলি তাৎপৰ্যমূলক মন্তব্য কৰে। লগতে কোনো লোকে অন্ধবিশ্বাসৰ কবলত পৰি অপৰাধজনিত ঘটনা সংঘটিত কৰাৰ বাবে অগ্ৰসৰ হ’লে সেয়া কি দৰে ৰোধ কৰিব পৰা যায় সেই বিষয়েও আলোকপাত কৰে।

বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশ্বনাথৰ ভিন্ন প্ৰান্তৰ পৰা অহা গাঁওৰক্ষী বাহিনী,  গাঁওবুঢ়া সকলকে আদি কৰি বহুতো মহিলা কমিটি উপস্থিত থাকে।

এই সজাগতা সভাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী উপস্থিত থকাৰ লগতে বিশ্বনাথ জিলাৰ কেইবাখনো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু অনান্য বহু সমাজ সচেতন ব্যক্তিৰ লগতে স্থানীয় দল-সংগঠনৰ নেতৃ বৃন্দ উপস্থিত থাকে।

আনহাতে বৰ্তমান আধুনিক যুগত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন উৰা বাতৰি প্ৰকাশ হৈ থাকে সেয়ে সেইবোৰৰ ওপৰত বিশ্বাস নকৰি কেনেকৈ জনসাধাৰণক সজাগ আৰু সচেতন কৰিব পাৰি তাৰ ওপৰতো কালিৰ সভাত বিস্তৃতৰূপত  আলোচনা কৰা হয়।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd