• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱাত তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ চেষ্টা এজন যুৱকৰ; বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আৰক্ষীৰ সন্মুখতে ভীতিপ্ৰদৰ্শন লম্পটৰ পৰিয়ালৰ

মিণ্টু দাস by মিণ্টু দাস
September 6, 2018 11:22 am
6ad87f6f-854e-4791-82cd-dbb108706e67

ধৰ্ষণৰ অপচেষ্টা চলোৱা ধৃত যুৱক প্ৰণব বৰুৱা। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বটদ্ৰৱাত পুনৰ সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা ধৰ্ষণৰ দৰে আন এক জঘন্য কাণ্ড৷ বিগত কিছুদিনৰ পৰা জিলাখনত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাসমূহৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ বটদ্ৰৱাৰ বৰহিছা গাঁৱত সংঘটিত হ’ল আন এক ধৰ্ষণৰ অপচেষ্টা।

ঘটনাৰ বিৱৰণী অনুসৰি, ৪ ছেপ্তেম্বৰ অৰ্থাৎ মঙলবাৰে নিশা এগৰাকী তিনি সন্তানৰ মাতৃক ঘৰত কোনো নথকাৰ সুযোগ লৈ নগাঁও খুটিকটীয়া আকাশবাবাণী কেন্দ্ৰৰ সমীপৰ লম্পট যুৱক প্ৰণব বৰুৱাই ধৰ্ষণৰ চেষ্টা চলায়।

Apply Now

জানিব পৰা মতে, মহিলাগৰাকীৰ লগত যুৱকজনে প্ৰথমে চ’ছিয়েল মিডিয়াত চিনাকি হৈছিল। পিছত লম্পট প্ৰণবে প্ৰেমৰ প্ৰস্তাৱ দিয়ে যদিও মহিলাগৰাকীয়ে নাকচ কৰিছিল। সেয়েহে পাষণ্ড নৰপিশাচটোৱে মঙলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ হাতত চোকা অস্ত্রলৈ তিনি সন্তানৰ মাতৃগৰাকীক ভীতি প্ৰৰ্দশন কৰি ধৰ্ষণৰ চেষ্টা চলায়।

ইফালে মহিলাগৰাকীৰ সন্তানকো শাৰীৰিকভাৱে আক্ৰমণ কৰে লম্পট প্ৰণবে৷ পিছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে হাতে-লোটে ধৰি লম্পট প্ৰণবক গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক৷

ইপিনে, ঘটনা সংক্ৰান্তত বাতৰি পৰিবেশনৰ বাবে বুধবাৰে অভিযুক্তৰ ফটো সংগ্ৰহ কৰিবলৈ যোৱা বটদ্ৰৱাৰ সাংবাদিকৰ দলটোৰ কেমেৰা ভাঙিবলৈ উদ্যত হোৱাৰ লগতে আক্রমণৰ বাবে চোচা ল’য় লম্পট প্ৰণব বৰুৱাৰ ভায়েকে৷

আৰক্ষীৰ সন্মুখতে লম্পটৰ পৰিয়ালৰ লোকে প্ৰণব বৰুৱাৰ পিতৃ এজন চি আৰ পি এফ জোৱান বুলি পৰিচয় দি সাংবাদিকক ভয়-ভাবুকি প্রদান কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হয়।

আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে বটদ্ৰৱা থানাত দাখিল কৰা এখন এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ২৫৪/১৮ নম্বৰত  ৪৫৭, ৩৭৬, ৫১১, ৩২৫ ধাৰাত এটি গোচৰ ৰুজু কৰি লম্পট প্ৰণব বৰুৱাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd