• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বটদ্ৰৱাত তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ চেষ্টা এজন যুৱকৰ; বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আৰক্ষীৰ সন্মুখতে ভীতিপ্ৰদৰ্শন লম্পটৰ পৰিয়ালৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 6, 2018 11:22 am

2 min read

6ad87f6f-854e-4791-82cd-dbb108706e67

ধৰ্ষণৰ অপচেষ্টা চলোৱা ধৃত যুৱক প্ৰণব বৰুৱা। ফটো : নৰ্থ-ইষ্ট নাও

83
VIEWS
Share on FacebookShare on Twitter

বটদ্ৰৱাত পুনৰ সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা ধৰ্ষণৰ দৰে আন এক জঘন্য কাণ্ড৷ বিগত কিছুদিনৰ পৰা জিলাখনত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাসমূহৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ বটদ্ৰৱাৰ বৰহিছা গাঁৱত সংঘটিত হ’ল আন এক ধৰ্ষণৰ অপচেষ্টা।

ঘটনাৰ বিৱৰণী অনুসৰি, ৪ ছেপ্তেম্বৰ অৰ্থাৎ মঙলবাৰে নিশা এগৰাকী তিনি সন্তানৰ মাতৃক ঘৰত কোনো নথকাৰ সুযোগ লৈ নগাঁও খুটিকটীয়া আকাশবাবাণী কেন্দ্ৰৰ সমীপৰ লম্পট যুৱক প্ৰণব বৰুৱাই ধৰ্ষণৰ চেষ্টা চলায়।

জানিব পৰা মতে, মহিলাগৰাকীৰ লগত যুৱকজনে প্ৰথমে চ’ছিয়েল মিডিয়াত চিনাকি হৈছিল। পিছত লম্পট প্ৰণবে প্ৰেমৰ প্ৰস্তাৱ দিয়ে যদিও মহিলাগৰাকীয়ে নাকচ কৰিছিল। সেয়েহে পাষণ্ড নৰপিশাচটোৱে মঙলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ হাতত চোকা অস্ত্রলৈ তিনি সন্তানৰ মাতৃগৰাকীক ভীতি প্ৰৰ্দশন কৰি ধৰ্ষণৰ চেষ্টা চলায়।

ইফালে মহিলাগৰাকীৰ সন্তানকো শাৰীৰিকভাৱে আক্ৰমণ কৰে লম্পট প্ৰণবে৷ পিছত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে হাতে-লোটে ধৰি লম্পট প্ৰণবক গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক৷

ইপিনে, ঘটনা সংক্ৰান্তত বাতৰি পৰিবেশনৰ বাবে বুধবাৰে অভিযুক্তৰ ফটো সংগ্ৰহ কৰিবলৈ যোৱা বটদ্ৰৱাৰ সাংবাদিকৰ দলটোৰ কেমেৰা ভাঙিবলৈ উদ্যত হোৱাৰ লগতে আক্রমণৰ বাবে চোচা ল’য় লম্পট প্ৰণব বৰুৱাৰ ভায়েকে৷

আৰক্ষীৰ সন্মুখতে লম্পটৰ পৰিয়ালৰ লোকে প্ৰণব বৰুৱাৰ পিতৃ এজন চি আৰ পি এফ জোৱান বুলি পৰিচয় দি সাংবাদিকক ভয়-ভাবুকি প্রদান কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হয়।

আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে বটদ্ৰৱা থানাত দাখিল কৰা এখন এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ২৫৪/১৮ নম্বৰত  ৪৫৭, ৩৭৬, ৫১১, ৩২৫ ধাৰাত এটি গোচৰ ৰুজু কৰি লম্পট প্ৰণব বৰুৱাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd