• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

ছাদ্দাম হুছেইন by ছাদ্দাম হুছেইন
December 26, 2017 12:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰ জিলা মইনা পাৰিজাতৰ সৌজন্যত আজিৰে পৰা আৰম্ভ হ’বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ খন কুঁৱৰীটোলস্থিত মুক্তি যুজাৰু ভৱন আৰু গান্ধী খেল পথাৰত আয়োজন কৰা হৈছে। জানিব পৰা মতে প্ৰথমে প্ৰতিনিধি সকলৰ নাম পঞ্জীয়নৰ পিছতে স্মৃতি তৰ্পন কাৰ্য্যসূচীৰে শিশু সমাৰোহৰ  শুভাৰম্ভণি কৰা হ’ব। মঙ্গলবাৰে দিনৰ ১:০০ বজাৰ পৰা প্ৰাক্তন মইনা সকলৰ সন্মিলনী আৰম্ভ হ’ব আৰু এই কাৰ্য্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰাক্তন মইনা সকল সমবেত হ’ব।শিশু সমাৰোহৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ আজি সন্ধিয়া বিশিষ্টা অভিনেত্ৰী চেতনা দাসে শুভ উদ্বোধন কৰিব। কাৰ্য্যক্ৰমণিকা অনুসৰি কাইলৈ অৰ্থাৎ ২৭ ডিচেম্বৰৰ দিনা পূৱা মইনা পাৰিজাতৰ পতাকা উত্তোলন কাৰ্য্যসূচীত নগাওঁ জিলাৰ উপায়ুক্ত চামচেৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শিশু বন্ধু উপাধিৰে বিভূষিত কলিয়াবৰ জিলা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ নাথে বৃক্ষৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰিব। বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’বলীয়া সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহা উপস্থিত থাকিব। এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে গ্ৰন্থ উন্মোচন কৰিব । উল্লেখযোগ্য যে সেই সভাতে ওৰেতো জীৱন শিশুৰ শাৰিৰীক, মানসিক, বৌধিক আৰু আধ্যাত্মিক বিকাশত অৰিহনা যোগাই অহা তিনিগৰাকী লোকক শিশু মহিয়ান, ১৩ গৰাকীক ‘শিশু বন্ধু’ আৰু তিনি গৰাকী লোকক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব।

Apply Now

উল্লেখযোগ্য যে আজিৰে পৰা ২৯ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক শিশু সমাৰোহত ৰাজ্যৰ প্ৰায় ২০ খন জিলাৰ ৩০০০ ৰো অধিক কণ কণ মইনা আৰু শাখা পৰিচালক-পৰিচালিকাই অংশগ্ৰহণ কৰিব। কাইলৈৰ পৰা এই মইনা সকলৰ মাজত খেল-ধেমালি, চিত্ৰাংকন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, কুইজ আদি প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে কেইবাখনো জিলাৰ কণ কণ মইনা আৰু পৰিচালক-পৰিচালিকা সকল আহি উপস্থিত হৈছেহি।

অহা ২৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ বিশেষ মুকলি সমাবেশৰ উদ্ধোধন  অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী তথা অভ্যৰ্থনা সমিতিৰ সভাপতি কেশৱ মহন্তই কৰিব। এই সমাবেশত কৃষি মন্ত্ৰী অতুল বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড০ অলক বুঢ়াগোঁহাই আৰু শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ শান্তনু তামুলী উপস্থিত থাকিব।

শিশু সমাৰোহৰ শেষৰ দিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা, শিশু সাহিত্যিক বন্দিতা ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ইতিমধ্যে বিভিন্ন জিলাৰ পৰা অহা মইনা, পৰিচালক আৰু বিষয়ববীয়া সকলক অপ্যায়ন কৰাৰ বাবে সভাকক্ষ, শিবিৰ সমূহ আৰু ভোজনালয় অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে  বুলি আয়োজক কমিটীয়ে জানিবলৈ দিয়ে।

ছাদ্দাম হুছেইন

ছাদ্দাম হুছেইন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd