• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বই ১৭ বছৰে এখন জাহাজ দিব নোৱাৰিলে উঃ গুৱাহাটীত, প্ৰভাৱশালী মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ সমষ্টিৰ ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2018 11:20 pm
Himanta-Biswa-Sarma-678x381

বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৭ বছৰে শাসনত থাকি নিজ সমষ্টি জালুকবাৰীৰ উত্তৰ গুৱাহাটীবাসীৰ বাবে এখন জাহাজৰো ব্যৱস্থা কৰিব নোৱাৰিলে! ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিছে দুৰ্ঘটনাটোত নিহত ছাত্ৰীদ্বয়ৰ বন্ধু, কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ গুৱাহাটীৰ জিষ্ণু নাথ নামৰ ছাত্ৰজনে।

‘আমাৰ স্থানীয় বিধায়কজনে ১৭ বছৰ ধৰি শাসনৰ গাদীত থাকি সমষ্টিবাসীৰ বাবে জাহাজ এখনৰো ব্যৱস্থা কৰিব নোৱাৰিলে। তেওঁ এই কথাত গুৰুত্ব দিব পাৰিব লাগিছিল। কিয়নো তেওঁ অসম চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ লগতে ভাৰতৰে এজন প্ৰভাৱশালী নেতা,’ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ছাত্ৰী অংকিতা বৰুৱা আৰু ডিম্পী বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰি কটন বিশ্ববিদ্যালয়ত আয়োজিত সভাত এই মন্তব্য ছাত্ৰজনৰ।

Apply Now

অংকিতা আৰু দিম্পীৰ দুৰ্ভাগ্যজনক মৃত্যুত শোকাভিভূত, তেওঁলোকৰ ঘনিষ্ঠ বন্ধুজনে বৃ্হস্পতিবাৰৰ শোকসভাত উত্তৰ গুৱাহাটীৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভুগি অহা অসুবিধা বিৱৰি ক্ষোভ প্ৰকাশ কৰে।

‘উত্তৰ গুৱাহাটীৰ যাতায়াত ব্যৱস্থা অতিকৈ পুতৌজনক। ৰাতিপুৱা এখন মাত্ৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ গুৱাহাটীলৈ আহে। সেইখনতেই সকলো চৰকাৰী বা বেচৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ আহে। সেই বাছখনত আমাৰ ছাত্ৰ-ছাত্ৰীসকল আহিব পৰাকৈ ঠায়েই নাথাকে,’ অসহায় ছাত্ৰজনৰ মন্তব্য।

তেওঁ লগতে কয় যে উত্তৰ গুৱাহাটীৰ পৰা কাচাৰীলৈ এ এচ টি চিৰ বাছত ঠিয় হৈ আহি ৯ বজাৰ পৰা ৪ বজালৈ ক্লাচ কৰাতো এগৰাকী ছাত্ৰী বা এজন ছাত্ৰৰ বাবে সম্ভৱ নহয়।

বিশ্ববিদ্যালয়লৈ ফেৰি বা যন্ত্ৰচালিত নাৱেৰে আহিবলৈ বাধ্য হয় ছাত্ৰ-ছাত্ৰীসকল। কিন্তু ফেৰি বা নাৱতো তেওঁলোক সন্মুখীন হ’বলগীয়া হয় বিভিন্ন অসুবিধাৰ।

‘অভ্যন্তৰীণ জল পৰিবহণ বিভাগ এটা অকৰ্মণ্য বিভাগ। তেওঁলোকে বিভাগটো লোকচানত চলি থকাৰ অজুহাত দেখুৱাই ফেৰি নচলায় আৰু ঘাট বিলাক লেচীক চলাবলৈ দিয়ে। লেচীয়ে নিজৰ ময়মতালি দেখুৱাই যিমান বহন ক্ষমতা থাকে তাতকৈ বেছি মানুহ, বাহন আৰু বয়-বস্তু উঠায় আৰু যাত্ৰীসকলকো কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ কৰে,’ ছাত্ৰজনৰ অভিযোগ।

ছাত্ৰজনে উত্তৰ গুৱাহাটী আৰু মহানগৰৰ মাজত নিয়মিত বাছ চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ব্ৰহ্মপুত্ৰত নতুন জাহাজৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।

ভুত্ভুতি নাওসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবেও তেওঁ লগতেদাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am
গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd