• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুল তাৰিখতে জন্ম দিৱস পাতি সুধাকণ্ঠক সুঁৱৰিছে অসমীয়াই!

ভূপেন হাজৰিকাই ল’ৰালিতে পঢ়া চৰকাৰী স্কুলৰ পঞ্জীয়ন বহী খুচৰি নতুন তথ্য উদ্ধাৰ ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 7:44 pm
bhupen hazarika
565
VIEWS
Share on FacebookShare on Twitter

৮ ছেপ্তেম্বৰৰ জন্ম দিৱসত অসমজুৰি সুধাকণ্ঠ স্মৰণ চলি থকাৰ পৰতে ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ভূপেন হাজৰিকাই ল’ৰালিতে পঢ়া এখন বিদ্যালয়ৰ পঞ্জীয়ন বহীৰ তথ্যৰে দাবী কৰিছে যে প্ৰবাদপ্ৰতিম শিল্পীগৰাকীৰ জন্মৰ তাৰিখ ৩ মাৰ্চহে!

১৮৭৯ চনতে স্থাপিত ধুবুৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৩২ চনৰ ৬ মে’ত ৩য় শ্ৰেণীত নাম লিখাইছিল ভূপেন হাজৰিকাই। সেই নাম লিখোৱা পঞ্জীয়ন বহী আজিও অক্ষত হৈ আছে বিদ্যালয়খনত।

নাম লিখোৱাৰ সময়ত হাজৰিকাৰ বয়স ৬বছৰ ২মাহ ৩দিন বুলি অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল।

এতিয়া পঞ্জীয়ন বহীৰ সেই তথ্যৰ আধাৰত বিকাশ শৰ্মাই শিল্পীগৰাকীৰ জন্ম দিৱস ৩ মাৰ্চহে বুলি ৰাজহুৱা কৰিছে।

bhupen hazarika birth date
ধুবুৰী ল’ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্জীয়ন বহীত ভূপেন হাজৰিকাৰ নাম

‘সেই অনুসৰি তেওঁৰ জন্মৰ তাৰিখ ১৯২৬ চনৰ ৩ মাৰ্চ। ১৯৩৩ চনৰ ১৫ ফেব্ৰুৱাৰিত ভূপেনদাই ধুবুৰী হাইস্কুলৰ পৰা বিদায় লৈছিল,’ নৰ্থ ইষ্ট নাও-ক জনালে বিষয়াগৰাকীয়ে।

প্ৰয়াত শিল্পীগৰাকীৰ জন্ম পঞ্জিকাখন হেৰোৱাৰ প্ৰসংগও উল্লেখ কৰি শৰ্মাই লগতে কয় যে জন্মৰ চন ১৯২৬ বুলিয়ে দৃঢ় আছিল যদিও ‘তাৰিখটো লৈ অলপ গণ্ডগোল আছে’ বুলি খোদ ভূপেন হাজৰিকায়েই মন্তব্য আগবঢ়াই গৈছে।

ল’ৰালি কালৰ স্মৃতিৰে লিখা আত্মজীৱনীত জন্মৰ তাৰিখ ভুল হোৱাটো অস্বাভাৱিক নহয় বুলি মন্তব্য কৰি শৰ্মাই কয়, ‘এই তথ্যসমূহে তেওঁৰ ৰচনাৱলী আৰু জীৱন পঞ্জীত কিছু শুধৰণিৰ প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰিছে। কাৰণ ধুবুৰীলৈ ভূপেনদাৰ পৰিয়াল ১৯৩৫ৰ পৰিৱৰ্তে ৩২তহে গৈছিল আৰু সেই অনুক্ৰমে তেওঁৰ জীৱনৰ আন তথ্যসমূহো যেনে, তেজপুৰলৈ তেওঁলোক কেতিয়া গৈছিল ইত্যাদিৰ পৰিৱৰ্তন কৰিব।’

এই তথ্যসমূহে সেয়ে ভূপেন হাজৰিকা চৰ্চাৰ ক্ষেত্ৰত নতুন পোহৰ পেলোৱাৰ সম্ভাৱনা আছে বুলি শৰ্মাই আশা প্ৰকাশ কৰিছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd