• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰ দিনত বড়োলেণ্ডৰ সম্ভাৱনা একেবাৰেই নাই : হীৰা শৰণীয়া

“মই ১৯৮৯ চনতে ঘৰ এৰি গৈছিলো; আলফাত যোগদান কৰিছিলো”

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 9:03 pm
Hira Sharaniya

দিচপুৰ প্ৰেছ ক্লাবত মুখামুখি অনুষ্ঠানত কোকৰাঝাৰৰ সাংসদ তথা প্ৰাক্তন আলফা হীৰা শৰণীয়া।

265
VIEWS
Share on FacebookShare on Twitter

“আজিৰ তাৰিখত বড়োলেণ্ডৰ সম্ভাৱনা একেবাৰেই নাই।” এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে কোকৰাঝাৰৰ সাংসদ তথা প্ৰাক্তন আলফা হীৰা শৰণীয়াই। বড়োলেণ্ডৰ দাবীত অবিৰত আন্দোলন চলি থকাৰ সময়ত শৰণীয়াৰ এই মন্তব্য অতি স্পৰ্শকাতৰ বুলি মত দিছে একাংশ ৰাজনৈতিক বিশ্লেষকে।

উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা নিৰ্বাচিত লোকসভাৰ সাংসদজনে আজি দুপৰীয়া দিচপুৰ প্ৰেছ ক্লাবত এটা মুখামুখি অনুষ্ঠানত ভাগ লৈছিল।

মুখামুখি অনুষ্ঠানটোত আন বহু কথাৰ লগতে তেওঁৰ বিৰুদ্ধে হৈ থকা ষড়যন্ত্ৰৰ কথাও উল্লেখ কৰে। আনহাতে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ বিপৰীতে ধনবল আৰু অস্ত্ৰবলৰ পয়োভৰ আছিল বুলি কয়। “মোৰ হাতত একো নাছিল। বিৰোধী শিবিৰত অবৈধ অস্ত্ৰৰ পৰা টকালৈ সকলো আছিল।” এইদৰে কয় সাংসদজনে।

তদুপৰি শৰণীয়াই কয় যে তেওঁক ৰোধ কৰিবলৈ বিৰোধী শিবিৰৰ লোকক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও কিনি দিয়া হৈছিল।

আনহাতে বিপ্লৱৰ অতীত সুঁৱৰি শৰণীয়াই কয়, “মই ১৯৮৯ চনতে ঘৰ এৰি গৈছিলো। আলফাত যোগদান কৰিছিলো। সমাজ পৰিৱৰ্তনৰ কথা তেতিয়াই চিন্তা কৰিছিলো। কিন্তু আলফাৰ ভিতৰচ’ৰা বৰ সুখকৰ নাছিল। আলফাৰ ভিতৰচ’ৰাতো আছিল কন্দল। পৰেশ বৰুৱাই অৰবিন্দ ৰাজখোৱাহঁতক বিশ্বাস কৰিবলৈ মানা কৰিছিল।”

তাৎপৰ্য্যপূৰ্ণভাৱে শৰণীয়াই অসম স্বাধীন হোৱাৰ আশা ১ শতাংশও নাছিল বুলিও মন্তব্য কৰে। তাৰোপৰি আলোচনা প্ৰক্ৰিয়া চলি থকা সময়ত তেওঁক হত্যাৰ ষড়যন্ত্ৰ চলিছিল বুলিও কয় সাংসদগৰাকীয়ে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd