• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৌচা কাপ: মাজুলী, শদিয়াত দেওবাৰৰ পৰা আৰম্ভ; আহিছে বিদেশৰ ফুটবল দলো

মুখ্য মন্ত্ৰী নাহে, তপন গগৈয়ে মাজুলীত কৰিব উদ্বোধন; ভাগ লৈছে ২২টা দলে, আহিছে বাংলাদেশ, নেপালৰ দলো

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2018 4:46 pm
bodousa cup football
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী আৰু শদিয়াত আজি দেওবাৰৰ পৰা আৰম্ভ হ’ব পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজন কৰিবলৈ লোৱা ১০ম সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতা।

মাজুলীত মৰাণ টাউন ক্লাব বনাম জেনেক্স এফ চি মাজুলী আৰু শদিয়াত বদৌচা স্প’ৰ্টছ ক্লাব বনাম কুণ্ডিল শদিয়াৰ মাজত উদ্বোধনী খেলকেইখন অনুষ্ঠিত হ’ব।

Apply Now

অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত, বদৌচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অসমৰ ৭টা স্থানত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাখন গড়মূৰৰ মাজুলী মিনি ষ্টেডিয়ামত উদ্বোধন কৰিব শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈয়ে। ফিফা আৰু এছিয়ান ফুটবল সন্থাই ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা প্ৰতিযোগিতাখন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত উদ্বোধন কৰিব বুলি পূৰ্বে আয়োজকসকলে জনাইছিল।

                        লগতে পঢ়িব পাৰে: অসমত অনুষ্ঠিত হ’ব ফিফা স্বীকৃত আন্তঃৰাষ্ট্ৰীয় খেল

অনুষ্ঠানত অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ দত্ত, মাজুলীৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বদৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকিব।

আনহাতে শদিয়া মিনি ষ্টেডিয়ামত প্ৰতিযোগিতাখন উদ্বোধন কৰিব শদিয়াৰ বিধায়ক বলীন চেতিয়াই। অনুষ্ঠানত শদিয়াৰ মহকুমাধিপতি বিশ্বজিত ফুকন, আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাই উপস্থিত থাকিব।

মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা ক্ৰীড়া সন্থা, সমন্বয় সংঘ, ডিগবৈৰ সহযোগত মাজুলী, তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু দুলীয়াজানত প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মণিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দলে অংশ গ্ৰহণ কৰিব।

লীগ পৰ্যায়ত অংশ ল’বলগীয়া আন দলসমূহ হৈছে ক্ৰমে বদৌচা স্প’ৰ্টছ ক্লাব, বাৰেকুৰি এফ চি, তিনিচুকীয়া ডিভিজনেল ৰে’লৱে’ স্প’ৰ্টছ ক্লাব, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ এফ চি, জেনেক্স এফ চি, কুণ্ডীল ভেলি এফ চি, মৰাণ টাউন ক্লাব, যোৰহাট টাউন ক্লাব, হালোৱাটিং ইউনাইটেড এফ চি, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চি, ডি এফ এ চাংলাং, নামৰূপ টাউন ক্লাব, জেৰাই মুদৈ যুৱ ক্ৰীড়া মঞ্চ আৰু দুলীয়াজান ক্লাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd