• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবলপ্ৰেমীলৈ সুখবৰ, অসমৰ ৭ স্থানত অনুষ্ঠিত হ’ব ফিফা স্বীকৃত আন্তঃৰাষ্ট্ৰীয় খেল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 4, 2018 9:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ফুটবলপ্ৰেমীয়ে নিজ ৰাজ্যতে উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজন কৰিবলৈ লোৱা ১০ম সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ অসমৰ ৭ খন ঠাইত অনুষ্ঠিত হ’ব।

ফিফা আৰু এছিয়ান ফুটবল সন্থাই ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা প্ৰতিযোগিতাখন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত অহা ৯ ছেপ্তেম্বৰত মাজুলীত উদ্বোধন কৰিব।

Apply Now

‘মাজুলী আৰু শদিয়াত একেদিনাই আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনত বাংলাদেশ আৰু নেপালৰ দলকে ধৰি মুঠ ২২টা দলে অংশগ্ৰহণ কৰিব,’ মঙলবাৰে ক’ল ইন্দিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত মাৰ্ঘেৰিটা ক্ৰীড়া সন্থাৰ কাৰ্য্যনিৰ্বাহক সভাত এই কথা ঘোষণা কৰে বদৌচা ক্লাবৰ সম্পাদক অৰুণজ্যোতি মৰাণে।

মৰাণে লগতে জনাই যে এইবাৰৰ প্ৰতিযোগিতাৰ বাবে মুঠ ১কোটি ৬০লাখ টকা ধাৰ্য্য কৰা হৈছে।

খেলৰ সূচী

মাৰ্ঘেৰিটাৰ বৰগোলাইস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ১১, ১৩ আৰু ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ গ্ৰুপ বি লিগৰ  খেলকেইখনৰ বাবে মঙলবাৰৰ সভাতে এক পৰিচালনা সমিতিও গঠন কৰা হয়।

আনহাতে মাৰ্ঘেৰিটাত অনুষ্ঠিত হ’ব লগা খেলকেইখনত মৰাণ ছাত্ৰ সন্থাই সহযোগিতা কৰাৰ আশ্বাস দিছে বুলিও সভাই সদৰী কৰে।

প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি ‘বদৌচা’ নামেৰে এখন বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। বদৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুৰজিৎ বড়াই ৯৯৫৭৭৭৭০১৩ নম্বৰত অথবা [email protected] ত সকলো লেখক-লেখিকাৰ পৰাই ক্ৰীড়া বিষয়ক লেখা আহ্বান কৰিছে।

মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সংস্থাৰ সভাপতি ইন্দুঞ্জন বৰুৱাই আঁত ধৰা সভাখনত আৰম্ভণিতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ উপৰিও বিগত সময়ত মৃত্যু হোৱা মাৰ্ঘেৰিটাৰ ক্ৰীড়া জগতৰ বৰেণ্য ব্যক্তি অমৰ সোণ দাস, ভুৱন সন্দিকৈ, প্ৰমথেশ চৰকাৰ, ৰজনী চেতিয়া আৰু প্ৰশান্ত গগৈ(ৰুবু)ৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সভাত জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক অতুল বৰাসহ প্ৰায়সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd