• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিঙত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক নিজ গৃহতেই যৌন নিৰ্যাতন ফেৰিৱালাৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
September 10, 2018 9:05 pm
girl-silhouette-clip-art-e1444680654733
173
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত চাৰিং বাৰুৱতী গাঁৱত আজি দুপৰীয়া এজনী কন্যাশিশুক এটা ফেৰিৱালাই নিজ গৃহতেই যৌন নিৰ্যাতন চলোৱাৰ ভয়ংকৰ খবৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ঘটনাৰ বিৱৰণি মতে আজি দুপৰীয়া প্ৰায় বাৰ বজাত আন দিনাৰ দৰেই চিনাকী ফেৰীৱালাটো  গাওঁখনৰ সেই শিশুটিৰ ঘৰত সোমায়৷

সেই সময়ত বাহিৰত মূষলধাৰ বৰষুণ৷ কন্যাশিশুটিৰ পিতৃ টিভি চোৱাত ব্যস্ত আছিল৷ মাতৃও পাক ঘৰত ইটো সিটো  কাম কৰি আছে ৷ তেনে সময়তে চিনাকী ফেৰিৱালাজন দেখি নিঃসংকোচে বাহিৰলৈ ওলাই আহিছিল দ্বিতীয় শ্ৰেণীত পঢ়া কন্যাশিশুটি৷

লম্পট ফেৰিৱালাজনে এনে সুযোগতে কন্যাশিশুক বাহিৰৰ এখন বেঞ্চত নেইল-প’লিছ লগোৱাৰ অচিলা লৈ বিভিন্ন কথা কৈ কৈ শৰীৰৰ আপত্তিজনক ঠাইত স্পৰ্শ কৰে৷ ইতিমধ্যে কন্যাশিশুটিৰ পিতৃয়ে বাহিৰত কোনে কথা পাতি আছে সেয়া চাবলৈ আহি  নিজ কন্যাক ফেৰীৱালাটোৱে যৌন নিৰ্যাতন চলোৱা দেখি অগ্নিশৰ্মা হৈ লম্পট চৰিত্ৰৰ ফেৰিৱালাজনক মাৰ-ধৰ কৰাৰ উপৰিও তেওঁৰ গাৰ কানি-কাপোৰ ফালি চিৰি পেলায়৷ পাছত অপৰাধীজনক ঘৰতে বহুৱাই থৈ গৌৰীসাগৰ থানাত এই ঘটনাটো অৱগত কৰাৰ বাবে ওলাই যায়।

অনহাতে আৰক্ষী অহাৰ পূৰ্বেই চতুৰ ফেৰিৱালাজনে কন্যাশিশুটিৰ দেউতাকৰ চাইকেলখন লৈ পলায়ন কৰে৷ উল্লেখ্য্য যে  ধাৰাসাৰ বৰষুণ দি থকাৰ বাবে শিশুটিৰ পিতৃয়ে ওচৰৰ কাকো এই সন্দৰ্ভত খবৰ নিদিয়াকৈ থানালৈ ওলাই যোৱাৰ সুযোগ ললে লম্পট ফেৰিৱালাজনে৷

ইতিমধ্যে গৌৰীসাগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd