• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ ধৰ্মঘট কাৰ্যসূচী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2018 6:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই আজি প্ৰতিবাদী শ্ল’গানেৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে দীঘলী পুখুৰীৰ পাৰত ‘বিজেপি চৰকাৰ হায় হায়, আমাৰ দাবী মানিব লাগিব, শিক্ষা মন্ত্ৰী হায় হায়’ আদি প্ৰতিবাদী শ্ল’গানেৰে দীঘলী পুখুৰীৰ চৌপাশ মুখৰিত কৰি তোলে।

Apply Now

উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে দীঘলীপুখুৰীৰ পাৰৰ পৰা সমদল উলিয়াই উজানবজাৰস্থিত মুখ্য মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ কথা আছিল যদিও দিঘলীপুখুৰীৰ পাৰৰ পৰাই সমদলটো বাহিৰ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰে।

ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। পিছত প্ৰতিবাদকাৰীসকলে দিঘলীপুখুৰীৰ পাৰতে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদস্থলীত থকা সন্থাৰ প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই জনায় যে ৰাজ্যপালৰ অধিসূচনা মৰ্মে ইংৰাজী ২০০৫ -০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী সকলক গাঁও শিক্ষা সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি গোটেই অসমৰ সংযোগী শিক্ষাকেন্দ্ৰ সমূহত শিক্ষা কৰ্মী হিচাপে প্ৰথমে ১১মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি দি পৰ্যায় ক্ৰমে শিক্ষাকৰ্মী সকলৰ কাৰ্য্যকাল ২০১২ চনৰ ৩১ মাৰ্চ লৈ বৃদ্ধি কৰি দিয়ে।

আনহাতে এই সংযোগী শিক্ষাকৰ্মী সকলে মাত্ৰ এহাজাৰ টকাৰ পৰা তিনি হাজাৰ টকাৰ অতি সামান্য মাননি লৈ ২-৬ বছৰ শিক্ষকতা কৰি আছিল বুলি জানিবলৈ দি শইকীয়াই বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই কোনো আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মী সকলক শিক্ষকতাৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় শিক্ষাকৰ্মী সকলে কৰ্তৃপক্ষৰ ওচৰত দাবী জনোৱাৰ পিছতো কেৱল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ মাজতে সকলোবোৰ ৰৈ গৈছে। সেয়েহে তেওঁলোক উপায়হীন হৈ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়ে হৈছে।

আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদী শিক্ষাকৰ্মী সকলৰ আন আন দাবী সমূহ হ’ল যে সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত স্থায়ী নিযুক্তি দিব লাগে, Supporting Teacher হিচাপে পাঠদান দিয়া বিদ্যালয়ত সংযোগী শিক্ষাকৰ্মী সকলক নিযুক্তি দিব লাগে আৰু সংযোগী শিক্ষাকৰ্মী সকলৰ বয়সৰ ঊৰ্ধ্ব সীমা ৰেহাই দিব লাগে।

আজি পুৱা ১০:৩০ ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচী দিনৰ ১ বজা পৰ্যন্ত চলি থাকে আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকে উপায়ুক্তৰ জৰিয়তে উল্লিখিত দাবীসমূহ পূৰণ কৰিবৰ বাবে দাবী জনাই শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd