• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰতিৰোধ্য মেৰি, পুনৰ বিশ্বজয় ৩৫ বছৰীয়া মণিপুৰী মাতৃৰ!

চিলেচিয়ান মুকলি বক্সিঙত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে জীৱন কালতে প্ৰবাদত পৰিণত হোৱা মণিপুৰী বক্সাৰ মেৰি কমে। ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেৰিয়ে প্ৰতিদ্বন্দ্বী কাজাখাস্তানৰ আইগেৰিম কাছানায়েভাক ৫-০ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে।

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 5:37 pm
mc mary kom manipur boxer

মেৰী কম

529
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ পিছতে প্ৰত্যাৱৰ্তন কৰিয়েই পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা চিলেচিয়ান মুকলি বক্সিঙত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে জীৱন কালতে প্ৰবাদত পৰিণত হোৱা মণিপুৰী বক্সাৰ মেৰি কমে।

প’লেণ্ডৰ গ্লিৱাইচত চলি থকা প্ৰতিযোগিতাখনৰ ৪৮কে’জি শাখাত শনিবাৰে ৫ বাৰৰ বিশ্ব চেম্পিয়ন ৩৫ বছৰীয়া মণিপুৰী মাতৃগৰাকীয়ে প্ৰতিদ্বন্দ্বী কাজাখাস্তানৰ আইগেৰিম কাছানায়েভাক ৫-০ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে।

স্বৰ্ণ জয়ৰ যাত্ৰাত অসামান্য গতিময়তাৰে কাজাখাস্তানৰ বক্সাৰগৰাকীক কোনো সুযোগেই নিদিলে অলিম্পিকৰ ব্ৰঞ্জ-বিজয়ী কমে।

আঘাতৰ বাবে শেহতীয়া জাকাৰ্টা এছিয়াদত ভাগ লোৱাৰ পৰা বিৰত থকা মেৰিৰ এই বৰ্ষত এইটো হৈছে ৩য়টো স্বৰ্ণ। দিল্লীত অনুষ্ঠিত ইন্দিয়া অ’পন টুৰ্নামেণ্ট আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ প্ৰতিযোগিতাত মেৰিয়ে পাইছিল আন দুটা স্বৰ্ণ।

প্ৰতিযোগিতাখনত ভাৰতৰ হৈ ভাগ লোৱা আন এগৰাকী মণিপুৰী বক্সাৰ এল চৰিতা দেৱী কাজাখাস্তানৰে বক্সাৰ কৰিনা ইব্ৰাগিম’ভাৰ বিৰুদ্ধে পৰাজিত হৈ ব্ৰঞ্জৰ পদক আৰ্জন কৰে।

বক্সিং প্ৰতিযোগিতাখনত ৬৯কে’জি শাখাত ভাগ লোৱা অসমৰ লাভলিনা বৰগোহাঁয়ে ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক আৰ্জন কৰিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd