• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত আত্মসমৰ্পণ হত্যাকাৰী মাধুৰ্য্য গোস্বামীৰ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
December 27, 2017 7:25 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত আত্মসমৰ্পণ হত্যাকাৰী মাধুৰ্য্য গোস্বামীৰ

Apply Now

হত্যাকাণ্ড সংঘটিত কৰি প্ৰায় দুদিন পলাই ফুৰাৰ পিছত কালি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাধুৰ্য্য গোস্বামী নামৰ যুৱকজনে। ডিগবৈ আৰক্ষী থানাৰ ওচৰত কালি আবেলি সময়ত নিজে হাজিৰ হয় মাধুৰ্য্য। ডিগবৈ আৰক্ষী থানাৰ অধীনৰ ইটাভাতা অঞ্চলৰ কাৰ্তিক গোস্বামীৰ পুত্ৰ ড্ৰাগছ তথা মদাসক্ত মাধুৰ্য্য গোস্বামীয়ে যোৱা দেওবাৰে এক সামান্য তৰ্কাতৰ্কিৰ পিছতে হত্যা কৰিছিল অঞ্চলটোৰে আন এজন ব্যক্তি মাংস বিক্ৰী কৰি জীৱিকা উলিওৱা বিপুল শইকীয়াক। ঘটনাৰ দিনা মাধুৰ্য্যই তেওঁৰ এজন বন্ধু পাৰ্থজিৎ বৰুৱাৰ সৈতে মদ খাই বিপুল শইকীয়াৰ ডিগবৈ-দুলীয়াজান পথত থকা হোটেলখনত প্ৰৱেশ কৰে আৰু কিবা কথাত বিপুলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। দুয়োপক্ষই কিছু হতাহতি লগাৰ পিছত মাধুৰ্য্য আৰু পাৰ্থ ঘৰলৈ গুচি যায় যদিও মাধুৰ্য্যই পিছত ঘৰৰ লোকৰ বাধা নামানি আকৌ আহে বিপুল শইকীয়াৰ ওচৰলৈ আৰু মাংস কটা দাখনেৰে ঘপিয়াই হত্যা কৰে বিপুলক। তাৰ পিছতে মৃতদেহটো বালিৰে পুতি ৰাখে যদিও পিছদিনা দিনৰ পোহৰত মানুহে দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পাৰ্থজিতক গ্ৰেপ্তাৰ কৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে। মাধুৰ্য্যক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে পথ অৱৰোধ কৰিবলৈ ওলাইছিল যদিও আৰক্ষীয়ে সোনকালেই হত্যাকাৰীক ধৰাৰ প্ৰতিশ্ৰুতি দিয়াত সেয়া বাতিল কৰে। অৱশেষত কালি মাধুৰ্য্য গোস্বামী নিজে আহি ঘৰত উপস্থিত হয় আৰু তাৰ পিছত  দেউতাক কাৰ্তিক গোস্বামীয়ে জনোৱা মতে তেওঁৰ পুতেকে কালি পিছ দুৱাৰেদি ঘৰত প্ৰৱেশ কৰে আৰু নিজৰ ভুলৰ বাবে অনুতাপ প্ৰকাশ কৰে আৰু আত্মসমৰ্পণ কৰিবলৈ সন্মত হয়। লগে লগে দেউতাকৰ সহযোগত আৰক্ষীয়ে তেওঁক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যায়, ফলত ক্ষুভিত হৈ থকা স্থানীয় লোকৰ ৰোষৰ পৰা সাৰে। জানিব পৰামতে স্থানীয় লোকে হত্যাৰ পোটক ল’বৰ বাবে মাধুৰ্য্যক বিচাৰি ফুৰিছিল। মাধুৰ্য্যই আৰক্ষী থানাত সাংবাদিকৰ আগত কোৱা মতে তেওঁ এইকেইদনি তিপাম চাহ বাগিচাত লুকাই আছিল। আৰক্ষীয়ে  264/17 নং এটা গোচৰৰ অধীনত মাধুৰ্য্যক যাৱতীয় প্ৰক্ৰিয়াৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd