• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত ৰাজপথৰ দুয়োকাষে পৰিত্যক্ত অৱস্থাত থকা মৃণ্ময় মূৰ্তি বিসৰ্জন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 19, 2018 2:33 pm
dav
207
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা অঞ্চলৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈৰ পৰা বৰগোলাই অঞ্চল এলেকাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পৰিত্যক্ত অৱস্থাত থকা শতাধিক দেৱ-দেৱীৰ মূৰ্তি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ট্ৰাকত সংগ্ৰহ কৰি মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত বিসৰ্জন দিয়া হয়।

মলয় চক্ৰৱৰ্তী, উত্তম ভট্টাচাৰ্জী, বিৰেণ ৰায়, কানু দত্ত, হৰেন শইকীয়া, দিগন্ত গোহাঁই, দিলীপ দত্ত সহ কেইবাজনো স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মূৰ্তিসমূহ সংগ্ৰহ কৰি নৈত বিসৰ্জন দিয়ে।

ইয়াৰ উপৰি স্থানীয় ৰাইজৰ পৰা এই ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰাৰ লগতে পথ সভা অনুষ্ঠিত কৰি বিশেষতঃ হিন্দু ধৰ্মাৱলম্বী ৰাইজক দেৱ-দেৱীৰ পূজাৰ অন্তত প্ৰতিমাসমূহ বিসৰ্জন দিয়াৰ বিপৰীতে পথৰ দাঁতিত, দলঙৰ কাষত আনকি জাবৰ-জোঁথৰ, মল-মূত্ৰৰে ভৰা ঠাইত পেলোৱা প্ৰথা বন্ধ কৰিবলৈ আহ্বান জনায়।

পূজাৰ পাছত বিধিসন্মত ভাৱে মূৰ্তিসমূহ বিসৰ্জন নিদি পথৰ কাষত পেলাই থোৱা কাৰ্যই আধ্যাত্মিক ভাৱা সম্পন্ন লোকৰ অনুভূতিক আঘাত নাসানিবলৈ তথা এনে দৃশ্যকুট কামেৰে পৰিবেশ কলুষিত নকৰিবলৈও সকলোৰে প্ৰতি অনুৰোধ জনাই স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিকেইজনে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd