• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত নৱবর্ষ উদযাপনৰ সময়ছোৱাৰ বাবে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2017 9:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত নাগৰিকসকলৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰিছে।

সৰ্বসাধাৰণ নাগৰিকৰ লগতে সংশ্লিষ্ট পক্ষলৈ জাৰি কৰা এক জাননীত কোৱা হৈছে যে ৩১ ডিচেম্বৰৰ নিশা ১২:৩০ বজাৰ পিছত কোনো ধৰণৰ নৱবৰ্ষ উদযাপন অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।

Apply Now

বিশেষ অনুমতিৰ প্ৰয়োজন হোৱা নৱবৰ্ষ উদযাপন অনুষ্ঠান অনুষ্ঠিত কৰিব বিচৰা যিকোনো চৌহদৰ বাবে তেওঁলোকে আৰক্ষী আয়ুক্তৰ পৰা আপত্তিহীন প্ৰমাণ পত্ৰ লোৱাৰ লগতে জিলা প্ৰশাসনৰ (আৱকাৰী শাখা) পৰাও অনুমতি ল’ব লাগিব।

সুৰা ব্যৱহাৰৰ প্ৰতি আগ্ৰহীসকলে অস্থায়ী অনুজ্ঞাপত্ৰৰ বাবে এদিনৰ বাবে অস্থায়ী অনুজ্ঞাপত্ৰৰ  বিশেষ অনুমতি বিচাৰি আবেদনপত্ৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব। এক প্ৰেছ বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হৈছে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ সকীয়নি দি জনসাধাৰণক সুৰাপান কৰি আনক গাড়ী চলোৱাতো উৎসাহ নিদিবলৈ আহ্বান জনাইছে।

নিৰ্দেশনাত সকলো বাৰ আৰু ৰেষ্টুৰেন্টতে ভিতৰ আৰু বাহিৰৰ দুয়োফালে চিচিটিভি লগোৱাটো বাধ্যতামূলক কৰি যাতে কোনো আন্ধাৰ অংশ থাকি নাযায় তাক নিশ্চিত কৰিবলৈ কোৱা হৈছে।

বাৰ আৰু ৰেষ্টুৰেন্টৰ মালিকসকলক সকলো বাৰ আৰু ৰেষ্টুৰেন্টৰ চৌপাশত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বাৰ তথা ৰেষ্টুৰেন্টলৈ অহা-যোৱা কৰা পথছোৱা সঠিকভাৱে মুকলি ৰাখি পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। মহানগৰীৰ বাৰ তথা ৰেষ্টুৰেন্টসমূহৰ কৰ্তৃপক্ষক লগতে বিদ্যুৎ যোগান অবিহনে পাৱাৰ বেক আপ সাজু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে সংশ্লিষ্ট ৰেষ্টুৰেন্টসমূহত পৰিৱেশন কৰা খাদ্যসমূহত খাদ্য সুৰক্ষাৰ নিয়ম অনুসৰণ কৰি ইয়াৰ গুণ আৰু মানদণ্ড ৰক্ষা কৰিব লাগিব। সকলো বাৰ তথা ৰেষ্টুৰেন্টে তেওঁলোকৰ চৌহদসমূহত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব।

বাৰ আৰু ৰেষ্টুৰেন্টৰ ব্যৱস্থাপকসকলক তেওঁলোকৰ চৌহদত প্ৰৱেশ কৰা সকলো লোকৰে বয়স আৰু পৰিচয় পৰীক্ষা কৰি চাবলৈ কোৱা হৈছে।

তদুপৰি, কামৰূপ মহানগৰ জিলা প্ৰশাসনে আচম্বিত পৰিদৰ্শনৰ বাবে  জিলা প্ৰশাসন, আৰক্ষী, স্বাস্থ্য, পৰিবহন আৰু আৱকাৰী বিভাগৰ বিষয়াক সামৰি লৈ এটা যৌথ দল গঠন কৰিছে।

আনুষ্ঠানিক এই বিবৃতিটোত লগতে স্পষ্ট কৰি দিয়া হৈছে যে এই  নিৰ্দেশনাসমূহ পালন নকৰিলে অনুজ্ঞাপত্ৰ সাময়িকভাৱে নিলম্বিত কৰি ৰখা বা বাতিলো কৰা হ’ব পাৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd