• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ন্ত্ৰণহীন পেট্র’ল ডিজেলৰ মূল্য : ৫০ শতাংশ বৃদ্ধি পাব যান-বাহনৰ ভাৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 8:00 am
CityBus-768x431

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ বৃদ্ধি পাব সকলো শ্ৰেণীৰ ব্যৱসায়িক যান-বাহনৰ ভাৰা। অহা ৩ অক্টোবৰৰ পৰা ৰাজ্যজুৰি ব্যাৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি পাব। বৰ্তমানৰ ভাৰাৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ ভাৰা বৃদ্ধি পাব।

ইতিমধ্যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ৫০ শতাংশ ভাৰা বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা শুকুৰবাৰে অসম চৰকাৰৰ পৰিবহণ বিভাগক অৱগত কৰিছে। নিয়মিতভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই অহা সত্ত্বেও ভাৰা বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰি শুকুৰবাৰে পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্তক ভাৰা বৃদ্ধিৰ সিদ্ধান্তৰ কথা অৱগত কৰে।

Apply Now

সদৌ অসম মটৰ পৰিবহণ সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ৩ অক্টোবৰৰ পৰা প্ৰতিজন যাত্ৰীয়ে অতিৰিক্ত ৫০ শতাংশ ভাৰা আদায় দিব লাগিব। মহানগৰীৰ চিটি বাছৰ যাত্ৰীয়ে ন্যূনতম ৭.৫০ টকা ভৰিব লাগিব। এটা এক কি’লমিটাৰ অঞ্চল চিটি  বাছত ভ্ৰমণ কৰিবলৈও আদায় দিব লাগিব ৭.৫০ টকা।

একেদৰে ৰাজ্যৰ আন যাত্ৰীবাহী যান-বাহনতো যাত্ৰীয়ে অতিৰিক্ত ৫০ শতাংশ ধন  আদায় দিব লাগিব। যিবোৰ যান-বাহনে বৰ্তমান ১০০ টকা ভাৰা আদায় কৰি আহিছে, সেইবোৰ যান-বাহনে ৩ অক্টোবৰৰ পৰা ১৫০ টকাকৈ আদায় কৰিব।  মটৰ পৰিবহণ সন্থাই প্ৰতিখন যান-বাহনৰ ক্ষেত্ৰত এই নতুন নিৰিখ আদায় কৰিবলৈ সাজু হৈছে।

পৰিবহণ আয়ুক্তলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয় যে ২০১২ চনৰ ১১ অক্টোবৰত শেষবাৰৰ বাবে অসম চৰকাৰে ব্যাৱসায়িক যান-বাহনৰ ভাৰা নিৰ্ধাৰণ কৰিছিল। সাধাৰণতে একক সিদ্ধান্তৰে পৰিবহণ সন্থাসমূহে ভাৰা বৃদ্ধি কৰিব নোৱাৰে যদিও ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নোলোৱা বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিত অতিষ্ঠ হৈ সন্থাই নিজাববীয়া সিদ্ধান্তৰে ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে।

উল্লেখযোগ্য যে দাসে জানিব দিয়া মতে যোৱা ৩১ আগষ্টত সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী পাটোৱাৰীয়ে নতুনকৈ ভাৰা নিৰ্ধাৰণৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু  পেট্ৰ’ল-ডিজেলৰ নিয়ন্ত্ৰণহীন মূল্য বৃদ্ধি হৈ থকাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৫০ শতাংশ ভাৰা বৃদ্ধিৰ নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি শুকুৰবাৰে পৰিবহণ বিভাগক তেওঁলোকৰ সিদ্ধান্তৰ কথা জনাই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd