• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য লোকসভা নিৰ্বাচন : নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে বিজেপিক ৰুধিব ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 11:54 am
d8015bdd-002f-4669-94c1-08703c7144b7

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰিজ'নেল ডেমক্ৰেটিক এলায়েন্সৰ নেতৃবৃন্দ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনত অতিষ্ঠ ৰাইজৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখ-লাখ হিন্দু বাংলাদেশীক অসমত জাপি দিব বিচৰা বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ জৰিয়তে গুৰুতৰ অভিযোগ তোলে ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ নেতা তথা এলডিপিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰা, সভাপতি গুণ গগৈ আৰু অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰে।

খিলঞ্জীয়াৰ অস্তিত্বত আঘাত হনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা তথা অসমৰ আৰ্থ সামাজিক বুনিয়াদ শক্তিশালী কৰাটো মূল লক্ষ্য হিচাপে লৈ ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ কাষ চপাৰ চেষ্টা চলাব বুলি সদৰী কৰে।

Apply Now

উক্ত সংবাদমেলতে এলডিপিৰ অধ্যক্ষ প্ৰদ্যুত বৰাই সাংবাদিকক উদ্দেশ্যি কয়, ‘’যদি দিল্লীৱালা মানুহে এনডিএ আৰু য়ুপিএ চৰকাৰ সৃষ্টি কৰিব পাৰে, অসমৰ মানুহে নিজৰ এক আঞ্চলিক মঞ্চ কিয় গঠন কৰিব নোৱাৰিব?’’

তেওঁ লগতে কয়, ‘’ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ জৰিয়তে সৰু-বৰ সকলো আঞ্চলিকতাবাদী দল একত্ৰিত হৈ অসমত ফেডাৰেলিজিম গঢ় দিয়াৰ বাবে চেষ্টা কৰা হৈছে।‘’

উক্ত সংবাদমেলতে বৰাই অগপ দলে আঞ্চলিকতাবাদ হেৰুৱাই পেলোৱা বুলি অগপ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘’১৯৮৫ চনৰ পৰা অৰ্থ্যাৎ জন্ম হোৱাৰে পৰা অসম গণ পৰিষদে ফেডাৰেলিজিমৰ বিৰুদ্ধে গান গাই আছে। কিন্তু আজি তেওঁলোক বিজেপিৰ বোকোচাত উঠিছেগৈ আৰু ফেডাৰেলিজিমৰ কথা তেওঁলোকে পাহৰি গৈছে।‘’

আনহাতে, আঞ্চলিকতাবাদৰ ভাষণ দিলে অসমত ফেডাৰেলিজিম ঘুৰি নাহে বুলিও সংবাদমেলত মন্তব্য কৰে নেতাগৰাকীয়ে।

যৌথভাৱে আয়োজিত একেখন সংবাদমেলতে উপস্থিত থাকি অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ কৰাৰ লগতে বিজেপিয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰে অসমৰ ৰাইজক অতিষ্ঠ কৰি তুলিছে।‘’

তেওঁ লগতে কয়, ‘পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিয়া ৰাইজে পুনৰ এক পৰিবৰ্তন বিচাৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে বিজেপি অথবা কংগ্ৰেছৰ মিত্ৰজোঁটক বিকল্প হিচাপে গ্ৰহণ নকৰে। এইবাৰ অসমৰ ৰাইজে ভাবিছে সৰু-বৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ এক বিকল্প দল হিচাপে থিয় হওঁক।‘’

তদুপৰি তেওঁ কয়, ‘’যিসমূহ আঞ্চলিক দল বৰ্তমান বাদ পৰি ৰৈছে, তেওঁলোকৰ বাবেও ৰাস্তা খোলা আছে। তেওঁলোকে অনুগত্য প্ৰকাশ কৰিলে নিশ্চয় ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ অংশীদাৰ হ’ব পাৰিব।‘’

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনতে ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ ফালৰ পৰা প্ৰাৰ্থীত্ব দিব বুলিও উক্ত সংবাদমেলতে দিগন্ত কোঁৱৰে ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd