• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিমলুগুৰিৰ চলন্ত ৰে’লত সংঘটিত হত্যাকাণ্ডৰ ৭০ দিনৰ পিছত চাৰ্জশ্বীট দাখিল আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 6:44 am
Radha-570x320-1

শিমলুগুৰিত চলন্ত ৰে'লত হত্যাৰ বলি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী। ফাইল ফটো

215
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি কঁপাই যোৱা শিৱসাগৰৰ শিমলুগুৰিত চলন্ত ৰে’লত সংঘটিত হত্যাকাণ্ডৰ চাৰ্জশ্বীট সোমবাৰে আৰক্ষীয়ে আদালতত দাখিল কৰে। হত্যাকাণ্ডত অভিযুক্ত বিকাশ দাস আৰু বিপিন পাণ্ডেৰ বিৰুদ্ধে ৰে’ল আৰক্ষীয়ে নাজিৰা আদালতত চাৰ্জশ্বীট দাখিল কৰে।

চলন্ত ৰে’লত বিকাশ আৰু বিপিনে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। এই দুজন পাষণ্ডই এগৰাকী মহিলা আৰু এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল। চলিত বৰ্ষৰ ১০ জুলাইত শিমলুগুৰিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী ৰাধা কুমাৰীক হত্যা কৰিছিল । একেদৰে ১১ জুলাইত অবধ আছাম এক্সপ্ৰেছত আন এগৰাকী মহিলাকো হত্যা কৰিছিল।

উক্ত ঘটনাৰ ৭০ দিন পাৰ হৈ যোৱাৰ পিছত সোমবাৰে ৰে’ল আৰক্ষীয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰে।

উল্লেখযোগ্য যে ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছ ৰে’লৰ শৌচালয়ত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত যোৱা ১০ জুলাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

গোলাঘাটৰ ফৰকাটিঙলৈ বুলি শিৱসাগৰ ষ্টে’শ্যনত ৰে’লখনত উঠাৰ ২০ মিনিটৰ ভিতৰত দিন দুপৰতে এগৰাকী যুৱতীক হত্যা কৰি যোৱা ঘটনাই ৰে’লৰ সুৰক্ষা বিশেষকৈ নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উঠিছিল।

শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত পুৱা ৮.১৫ বজাত আহি পোৱা ৰে’লখনত উদ্ধাৰ হোৱা মৃতদেহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ বুলি চিনাক্ত কৰা হৈছিল।

শিৱসাগৰ যুৱতীগৰাকীয়ে গোলাঘাটৰ ফৰকাটিঙলৈ বুলি যাত্ৰা কৰিছিল আৰু মাকে ৰাধাক শিৱসাগৰ ষ্টে’শ্যনত আগবঢ়াই থৈ গৈছিলহি।

ইয়াৰ পিছতে ১১ জুলাইৰ দিনাখন অৱধ আছাম এক্সপ্ৰেছত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। দুয়োটা হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে জোৰ তদন্ত চলাই বিকাশ দাস আৰু বিপিন পাণ্ডেক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত দুয়োজনে এই হত্যাকাণ্ড দুটা সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd